12/05/2026
ত্ৰিনয়ন বয়জ ক্লাবৰ সৌজন্যত, চাৰিঙ্গীয়া বূঢ়ানামঘৰৰ প্ৰাংগণত সম্বৰ্ধনা অনুষ্ঠান।
উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰী সকলক অভিনন্দন জনোৱাৰ লগতে তেওঁলোকৰ শৈক্ষিক জীৱনৰ উজ্বল ভৱিষ্যত কামনা কৰিলো।