EX-BM Fitness.

EX-BM Fitness. Health is Wealth...Everyday you must give 1hour to yourself...Stay Fit..Stay Healthy.

HAPPY INDEPENDENCE DAY.
15/08/2023

HAPPY INDEPENDENCE DAY.

BHARAT MAATA KI...JAI
14/08/2023

BHARAT MAATA KI...JAI

10/08/2023

স্বাৰ্থৰ উদ্দেশ্যেহে ফোন কৰে কিছুমান মানুহে অন্যথা মৰিলো নে হজিলো কাৰো খৱৰ খাতিয়ে লবলৈকো সময় নোলায়। গতিকে কোনোৱাই ভাল পাই বেয়া পাই একো গৰজ নপৰে মোৰ।

23/07/2023

Good Evening Dosto
# STAY FIT & HEALTHY #

21/07/2023

সকলোৱে পুৱা অথৱা গধূলি ১ঘণ্টা সময় নিজৰ শৰীৰটোক দিয়ক। ব্যায়াম কৰক। সুস্থ সৱল আৰু সতেজ হৈ থাকক। শাৰিৰীক ব্যায়ামে আপোনাক বেমাৰ আজাৰৰ পৰা বহু পৰিমাণে দূৰত ৰাখিব তথা আপোনাৰ শৰীৰত ৰোগ পতিৰোধৰ ক্ষমতা বঢ়াই তুলিব। সেয়েহে ৰাতি মবাইলটোৰ ব্যৱহাৰ অলপ কমাই দিয়ক , ১১ টা বজাৰ আগতে শুবলৈ অভ্যাস কৰক আৰু পুৱা ৫ টা বজাৰ আগতে উঠিবলৈ চেষ্টা কৰক। নিজৰ শৰীৰটোক ১ ঘণ্টা সময় যেনে তেনে হলেও দিবলৈ চেষ্টা কৰক। এটা কথা মনত ৰাখিব দেহা ভালে থকালৈহে বেহা কিন্তু..?

20/07/2023

Welcome everybody to my page "EX-BM fitness" ...Health is wealth...so stay Fit and Healthy...please like and follow my page to get physical Workout tips & Workout videos...and please you give daily an hour to yourself for physical workout...Stay Fit ..Stay Healthy.

Address

GOLAGHAT
Golaghat
785621

Alerts

Be the first to know and let us send you an email when EX-BM Fitness. posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to EX-BM Fitness.:

Share