Nayanmoni Nrityanjali Kalakandra

Nayanmoni Nrityanjali Kalakandra Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Nayanmoni Nrityanjali Kalakandra, Dance School, Golaghat.

ড° ৰাজীৱ লোচন বড়া স্মৃতি ন্যাসৰ পৃষ্ঠপোষকতাত আৰু দণ্ডাধৰ উচ্চ মাধ্যমিক বালিকা বিদ্যালয়ৰ সৌজন্যত ড°ৰাজীৱ লোচন বড়া সোঁৱ...
24/08/2026

ড° ৰাজীৱ লোচন বড়া স্মৃতি ন্যাসৰ পৃষ্ঠপোষকতাত আৰু দণ্ডাধৰ উচ্চ মাধ্যমিক বালিকা বিদ্যালয়ৰ সৌজন্যত ড°ৰাজীৱ লোচন বড়া সোঁৱৰণী প্ৰাইজমানি কুইজ প্ৰতিযোগিতা অনুষ্ঠানত নিমন্ত্ৰণ মৰ্মে নয়নমণি নৃত্যাঞ্জলি কলা কেন্দ্ৰৰ মৰমৰ ছাত্ৰী অক্লান্তিকাযে সত্ৰীয়া নৃত্য পৰিৱেশন কৰে।

মোৰ ছাত্ৰী সুন্দৰ নৃত্য প্ৰদৰ্শনে অনুষ্ঠানটি অধিক আকৰ্ষণীয় কৰি তোলে। তেওঁলোকৰ নিষ্ঠা, শ্ৰম আৰু প্ৰতিভাৰ বাবে আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা।

নৃত্যই হওক সংস্কৃতিৰ বাহক, নৃত্যই হওক আমাৰ পৰিচয়।

আজি NCC Inter School College Drill & Cultural Competition-ৰ সাংস্কৃতিক প্ৰতিযোগিতা তথা বঁটা বিতৰণী অনুষ্ঠানত মোৰ মৰমৰ ছা...
24/08/2026

আজি NCC Inter School College Drill & Cultural Competition-ৰ সাংস্কৃতিক প্ৰতিযোগিতা তথা বঁটা বিতৰণী অনুষ্ঠানত মোৰ মৰমৰ ছাত্ৰ যদু ফুকনে সত্ৰীয়া নৃত্য পৰিবেশন কৰি অনুষ্ঠানটিৰ সৌষ্ঠৱ বৃদ্ধি কৰে।

আয়োজক: NCC Alumni Association, Golaghat Commerce College (Autonomous)

যদুৰ এই সুন্দৰ পৰিবেশনৰ বাবে আন্তৰিক শুভেচ্ছা আৰু আশীৰ্বাদ। সত্ৰীয়া নৃত্যৰ প্ৰতি থকা এই আগ্ৰহ আৰু নিষ্ঠাই ভৱিষ্যতে তেওঁক আৰু অধিক সফলতাৰ দিশে আগুৱাই লৈ যাওক।
#নাচেইজীৱন

ছাত্ৰীসকলক মানপত্ৰ প্ৰদান কৰা কিছু সুন্দৰ দৃশ্যাংশ সাঁচি থোৱা হ’ল। 💐📜তেওঁলোকৰ উজ্জ্বল ভৱিষ্যৎ কামনা কৰিলোঁ। ❤️🙏
22/08/2026

ছাত্ৰীসকলক মানপত্ৰ প্ৰদান কৰা কিছু সুন্দৰ দৃশ্যাংশ সাঁচি থোৱা হ’ল। 💐📜
তেওঁলোকৰ উজ্জ্বল ভৱিষ্যৎ কামনা কৰিলোঁ। ❤️🙏

❤️🧿
21/08/2026

❤️🧿

দেশভক্তিমূলক গীতৰ আধাৰত নৃত্য প্ৰতিযোগিতাত সফলতা জনকণ্ঠ LIVE-এ আয়োজন কৰা স্বাধীনতা দিৱস উপলক্ষে অনুষ্ঠিত দেশভক্তিমূলক গ...
18/08/2026

দেশভক্তিমূলক গীতৰ আধাৰত নৃত্য প্ৰতিযোগিতাত সফলতা
জনকণ্ঠ LIVE-এ আয়োজন কৰা স্বাধীনতা দিৱস উপলক্ষে অনুষ্ঠিত দেশভক্তিমূলক গীতৰ আধাৰত নৃত্য আৰু সংগীত প্ৰতিযোগিতাত নয়নমণি নৃত্যাঞ্জলি কলা কেন্দ্ৰৰ ছাত্ৰীসকলে গৌৰৱ কঢ়িয়াই আনিছে।
🌼 হৰ্ষালী গোস্বামী :: প্ৰথম স্থান নিম্ন শাখাত
🌼 মুক্তাংগনা বৰা :: উচ্চ শাখাত তৃতীয় স্থান
🌼 ইকিচা ঘোষ :: উচ্চ শাখাত উদগনিমূলক বঁটা
তিনিওগৰাকী মৰমৰ ছাত্ৰীলৈ আন্তৰিক অভিনন্দন আৰু উজ্জ্বল ভৱিষ্যতৰ বাবে শুভকামনা।
তোমালোকৰ এই সফলতাই আমাক গৌৰৱান্বিত কৰিছে।
অভিনন্দন মোৰ মৰমৰ ছাত্ৰীসকল।

নৃত্য ভংগিমাৰ কিছু সুন্দৰ দৃশ্যাংশ ✨💃নৃত্যৰ ছন্দত, ভংগিমাত আৰু অনুভৱত—এটি সৰু প্ৰয়াস।
17/08/2026

নৃত্য ভংগিমাৰ কিছু সুন্দৰ দৃশ্যাংশ ✨💃
নৃত্যৰ ছন্দত, ভংগিমাত আৰু অনুভৱত—এটি সৰু প্ৰয়াস।

16/08/2026

Address

Golaghat
785 621 (GOLAGHAT CENTRAL) – HEAD POST OFFICE (HPO), * 785 702 (BENGENAKHOWA C

Website

Alerts

Be the first to know and let us send you an email when Nayanmoni Nrityanjali Kalakandra posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category