P P Sports

P P Sports All kinds of Sports and fitness equipments are available at discounted price. All Assam home delivery service is also available.

15/05/2026

Wind cricket ball for swing practice.
Available at

04/04/2026

Special message for UDAAN 2026

We are privileged to receive wishes from Aranyak Saikia (IAS)
Present DC of Karbi Anglong.

A dynamic young adminstrator, who excelled in both Indian Police Service and Indian Administrative Service and a true supporter of sports!

Your words inspire every player to dream big and fly higher!

Thank you Aranyak Saikia.

03/04/2026
Udaan 2026 প্ৰতিযোগিতাখন সাফল্যমণ্ডিত কৰি তুলিবলৈ আমি আয়োজকসকলে পাৰ্যমানে চেষ্টা কৰিলোঁ। আশা কৰোঁ, বতৰে আমাক লগ দিব। এই...
02/04/2026

Udaan 2026 প্ৰতিযোগিতাখন সাফল্যমণ্ডিত কৰি তুলিবলৈ আমি আয়োজকসকলে
পাৰ্যমানে চেষ্টা কৰিলোঁ। আশা কৰোঁ, বতৰে আমাক লগ দিব। এই প্ৰতিযোগিতাখনত
অংশগ্ৰহণ কৰা সকলো দলকে শুভেচ্ছা জনালোঁ। সকলো ক্ৰীড়াপ্ৰেমী ৰাইজক আমি এই প্ৰতিযোগিতাখনলৈ আমন্ত্ৰণ জনালোঁ।

Udaan 2026ৰ প্ৰথম ৰাউণ্ডত কোন দলে কাৰ বিপক্ষে খেলিব সেয়া নিৰ্ধাৰণ কৰিবলৈ কাইলৈ সন্ধিয়া ৫ বজাত Google meetৰ মাধ্যমেৰে এ...
31/03/2026

Udaan 2026ৰ প্ৰথম ৰাউণ্ডত কোন দলে কাৰ বিপক্ষে খেলিব সেয়া নিৰ্ধাৰণ কৰিবলৈ কাইলৈ সন্ধিয়া ৫ বজাত Google meetৰ মাধ্যমেৰে এখন মিটিং আয়োজন কৰা হৈছে। আপোনালোক সকলোৱে নিজৰ নিজৰ স্থানত থাকিয়েই মোবাইল বা কম্পিউটাৰৰ জৰিয়তে মিটিংখনত অংশগ্ৰহণ কৰিব পাৰিব। আমি অলপ সময়ৰ পাছতে মিটিঙৰ লিংকটো শ্বেয়াৰ কৰিম। আজি লটাৰী যোগে Team 1 পৰা Team 16 লৈ কোন স্থান কোন দলে পাব সেয়া নিৰ্ধাৰণ কৰা হ'ব। এইখন সূচীখনৰ মতে দলসমূহে খেলিব লাগিব।

We are pleased to announce the Final 16 participating teams for UDAAN 2026 – Inter-School Cricket Championship 🏏We thank...
26/03/2026

We are pleased to announce the Final 16 participating teams for UDAAN 2026 – Inter-School Cricket Championship 🏏
We thank all schools for their overwhelming response.
Best wishes to all teams!

The wait is over. UDAAN 2026 awards unveiled.Play, perform and win...!!
22/03/2026

The wait is over.
UDAAN 2026 awards unveiled.
Play, perform and win...!!

Udaan 2026 ক্ৰিকেট প্ৰতিযোগিতাখনত যোগদান কৰিবলৈ পঞ্জীয়ন কৰা বিদ্যালয়সমূহলৈ ধন্যবাদ। আমি মাত্ৰ ১৬ দলৰ মাজত প্ৰতিযোগিতাখ...
19/03/2026

Udaan 2026 ক্ৰিকেট প্ৰতিযোগিতাখনত যোগদান কৰিবলৈ পঞ্জীয়ন কৰা বিদ্যালয়সমূহলৈ ধন্যবাদ। আমি মাত্ৰ ১৬ দলৰ মাজত প্ৰতিযোগিতাখন অনুষ্ঠিত কৰিবলৈ পৰিকল্পনা কৰিছোঁ। গতিকে, গহপুৰ সম জিলাৰ অন্তৰ্গত যিসমূহ বিদ্যালয়ে এতিয়াও পঞ্জীয়ন কৰা নাই, তেওঁলোকক অতি সোনকালে পঞ্জীয়ন কৰিবলৈ অনুৰোধ জনাইলোঁ।

Address

Madhya Chatrang
Gohpur
784168

Telephone

+918876036247

Website

Alerts

Be the first to know and let us send you an email when P P Sports posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to P P Sports:

Share

Category