Boxing & wrestling Academy, Gogamukh

Boxing & wrestling Academy, Gogamukh Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Boxing & wrestling Academy, Gogamukh, Sport & recreation, Gogamukh Tajik.

28/09/2021

আজিৰ পৰা আকৌ আৰম্ভ আমাৰ একাডেমি। বৰ্তমান স্থান গেগামুখ নগৰ মজলীয়া বিদ্যালয় ।

ৰাষ্ট্ৰীয় পৰ্যায়ত উজ্বলিল গোগামুখৰ কন্যা ।গোৱাত অনুষ্ঠিত ৱাকো ইন্দিয়া কিক বক্সিং প্ৰতিযোগিতাত ৫৮ কিঃগ্ৰাঃ  শাখাত ব্ৰঞ্জৰ...
30/08/2021

ৰাষ্ট্ৰীয় পৰ্যায়ত উজ্বলিল গোগামুখৰ কন্যা ।গোৱাত অনুষ্ঠিত ৱাকো ইন্দিয়া কিক বক্সিং প্ৰতিযোগিতাত ৫৮ কিঃগ্ৰাঃ শাখাত ব্ৰঞ্জৰ পদক অৰ্জন কৰি ধেমাজি জিলা আৰু সমগ্ৰ ৰাজ্যখনলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে সবিতা চেতিয়াই। এই গৌৰৱৰ ক্ষণত সবিতা চেতিয়ালৈ আন্তৰিক অভিনন্দন তথা শুভেচ্ছা জ্ঞাপন কৰিছোঁ💐💐। গোগামুখ বাসী হিচাপে আজি আমি গৌৰাম্বিত

22/08/2021
06/04/2021

our student new practice

06/04/2021

khelo india khelo participant "Domoni Uzir"

बेटियो को जो बोझ मानते उनके लिए क्या खूब लिखा हैl               "Daughter Is Not A Tension          Daughter Is Equal To...
19/03/2021

बेटियो को जो बोझ मानते उनके लिए क्या खूब लिखा हैl

"Daughter Is Not A Tension
Daughter Is Equal To Ten-Sons"

10 हजार रनों के पहाड़ पर पहुंचने में बड़े बड़े दिग्गजों के पसीने छूट जाते हैं और उनका सपना ही रह जाता है
लेकिन ये कारनामा कर दिखाया हमारे देश के गौरव और भारतीय महिला क्रिकेट टीम की कप्तान मिताली राज

वे ऐसा करने वाली विश्व की दूसरी और भारत की पहली
महिला क्रिकेटर बनी

#मिताली_राज

গোগামুখ নগৰ খেল পথাৰত BOXING & WRESTLING ACADEMY এখন আৰম্ভণিৰ মুহুত্বত আমাৰ গৌৰৱ মল্লযুজাৰু বিনোদ কুম্বাং ছাৰৰ লগতে শৰ...
19/03/2021

গোগামুখ নগৰ খেল পথাৰত BOXING & WRESTLING ACADEMY এখন আৰম্ভণিৰ মুহুত্বত আমাৰ গৌৰৱ মল্লযুজাৰু বিনোদ কুম্বাং ছাৰৰ লগতে শৰীৰ চৰ্চাবিদ বিৰেন বৰপাত্ৰ দাক অশেষ ধন্যবাদ।

Address

Gogamukh Tajik
787034

Website

Alerts

Be the first to know and let us send you an email when Boxing & wrestling Academy, Gogamukh posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share