Zenith Cultural And Sports Organization,Goalpara

Zenith Cultural And Sports Organization,Goalpara জেনিথ্ গোৱালপাৰা

গোৱালপাৰা নয়াপাৰা নিবাসী লগতে জেনিথ্ ক্লাৱৰ সক্ৰিয় সদস্য আমিৰ ইছলাম (মুক্তা) যোৱাকালি সন্ধিয়া প্ৰায় ৭:৩০ বজাত এইখন প...
12/08/2026

গোৱালপাৰা নয়াপাৰা নিবাসী লগতে জেনিথ্ ক্লাৱৰ সক্ৰিয় সদস্য আমিৰ ইছলাম (মুক্তা) যোৱাকালি সন্ধিয়া প্ৰায় ৭:৩০ বজাত এইখন পৃথিৱীৰ পৰা চিৰবিদায় মাগে, আপোনাৰ এনেকুৱা খৱৰ পাম বুলি সপোনতো ভৱা নাছিলো। খৱৰটো পায় আমাৰ জেনিথ্ ক্লাৱৰ প্ৰতিজন সদস্যই মৰ্মাহত হৈছো। কেতিয়াও ভবা নাছিলোঁ ,ইমান সোনকালে আমাক এৰি গুচি যাব বুলি । আপোনাৰ বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰিলোঁ, লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গক এই কঠিন দুখ সহ্য কৰাৰ শক্তি দিয়ে যেন তাকে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছো।

ওঁম শান্তি 🙏

12/05/2026

বহাগী উৎসৱ ২০২৬
জেনিথ্ গোৱালপাৰা

Address

Goalpara

Website

Alerts

Be the first to know and let us send you an email when Zenith Cultural And Sports Organization,Goalpara posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category