06/07/2026
05/07/2026 লক্ষীপুৰ ক্ৰিকেট টুৰ্ণামেন্টৰ (Under 13 ) চূড়ান্ত খেল অনুষ্ঠিত হয় l খেলখন অনুষ্ঠিত হয় গোৱালপাৰা ক্ৰিকেট একাডেমী বনাম আব্দুল হাই মেমো’ৰিয়েল ক্ৰিকেট একাডেমী ৰাখালডুবিৰ মাজত আকৰ্ষণীয় খেল অনুষ্ঠিত হয়। খেলখনত 9 ৰানত জয়লাভ কৰে গোৱালপাৰা ক্ৰিকেট একাডেমী।
মুখ্য অতিথি হিচাপে উপস্থিত থাকে গোৱালপাৰা জিলা পৰিষদৰ সভাপতি মহন্ত কুমাৰ ৰাভা ডাঙৰীয়া।
Organised by Lakhipur Anchalik Sports Association.