Dwarkuchi Premier League-DPL 2025

Dwarkuchi Premier League-DPL 2025 Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Dwarkuchi Premier League-DPL 2025, Sports League, Gauhati.

11/11/2025

আজি আবেলি 4 বজাৰ পৰা দ্বাৰকুছি আঞ্চলিক এবিএমছুৰ মুখ্য কাৰ্যালয় প্ৰাঙ্গণত DPL-2025 ৰ Auction অনুষ্ঠিত হ'ব।

03/11/2025

Dwarkuchi Premier League -DPL 2025

31/10/2025

অহা ১৪ নৱেম্বৰৰ পৰা ১৮ নৱেম্বৰলৈকে দ্বাৰকুছি অষ্টমীখলা বাকৰিত অনুষ্ঠিত হ'ব দ্বাৰকুছি প্ৰিমিয়াৰ লীগ(DPL)২০২৫ ।

11/12/2024

কাইলৈ দিনৰ ১২ বজাত Dwarkuchi Premier Leagueৰ ফাইনেল খেল।
Rangia Avengers
vs
B11.

After 2nd days Dpl points Table
06/12/2024

After 2nd days
Dpl points Table

DPL 2024 points Table
05/12/2024

DPL 2024 points Table

28/11/2024

DPL-2024ৰ চূড়ান্ত নিয়মাৱলীঃ

1) পঞ্জীয়নভুক্ত খেলুৱৈসকলৰ মাজৰ পৰা ছয়জন আইকন খেলুৱৈ নিৰ্বাচিত কৰি ছয়োটা দলৰ মাজত লটাৰীযোগে প্ৰতিটো দলত এজনকৈ অন্তৰ্ভুক্ত কৰা হ'ব। আইকন খেলুৱৈ ছয়জনক আজি আবেলি 5 বজাৰ পিছত নিৰ্বাচন কৰা হ'ব।

2) আইকন খেলুৱৈকেইজনক লটাৰীযোগে নিৰ্বাচিত কৰাৰ পিছত বাকী পঞ্জীয়নভুক্ত খেলুৱৈসকলক নিলাম (Auction)ৰ জৰিয়তে প্ৰতিটো দলত অৰ্ন্তভুক্ত কৰা হ'ব।

৩) কোনো পঞ্জীয়নভুক্ত খেলুৱৈক Unsold হিচাপে ৰখা নহ'ব। সেইবাবে নিৰ্ধাৰিত সংখ্যক খেলুৱৈৰ প্ৰ-পত্ৰহে জমা লোৱা হ'ব।

ধন্যবাদৰে,
DPL পৰিচালনা সমিতি।

27/11/2024

এতিয়াৰে পৰা দ্বাৰকুছি প্ৰিমিয়াৰ লীগৰ আৰু প্ৰ- পত্ৰ জমা লোৱা নহয় ।

ধন্যবাদেৰে
DPL পৰিচালনা সমিতি।

Address

Gauhati
781354

Website

Alerts

Be the first to know and let us send you an email when Dwarkuchi Premier League-DPL 2025 posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

Category