Nirav's Veda সুস্হ শৰীৰ-সুস্হ মন

  • Home
  • India
  • Gauhati
  • Nirav's Veda সুস্হ শৰীৰ-সুস্হ মন

Nirav's Veda সুস্হ শৰীৰ-সুস্হ মন D.R.P-Health & Nutrition(IS,Kamrup metro, Govt.
(3)

of Assam)
Lifestyle coach
Fitness Nutritionist cm Kinesiologist(University of Mumbai)
News Live's Best Fitness Coach cm Physique awardee, 2024
Best Fitness Educator,2025 Awardee (Axom Xeuji Award)

29/08/2026

জিমত হাৰ্ট এটেক্/Cardiac Arrest কি কাৰনে হয়? অধিকসংখ্যক জিমত BASIC TRAINING METHOD নামানে.....
মই ভবা কেইটামান কাৰন আঁহকচোন আলোচনা কৰো.....

28/08/2026

গুৱাহাটীৰ কাহিলীপাৰাস্থিত মোৰ ৱেলনেচ্ চেন্টাৰত এগৰাকী শাৰিৰীক প্ৰশিক্ষক (ল'ৰা/ছোৱালী)ৰ প্ৰয়োজন হৈছে! যদি আপোনালোকৰ মাজত কোনোবা আগ্ৰহী আছে তেনেহ'লে ভিডিঅ'টোত দিয়া ফোন নম্বৰটোত যোগাযোগ কৰিবলৈ অনুৰোধ কৰিলো! 🙏🙏😊😊

১০ দিনীয়া স্বাস্থ্য সজাগতা শিবিৰৰ এই সুন্দৰ যাত্ৰাৰ অন্তিম দিনটো বকোবাসী ৰাইজৰ অপাৰ মৰম, স্নেহ আৰু আশীৰ্বাদেৰে সঁচাকৈয়...
13/07/2026

১০ দিনীয়া স্বাস্থ্য সজাগতা শিবিৰৰ এই সুন্দৰ যাত্ৰাৰ অন্তিম দিনটো বকোবাসী ৰাইজৰ অপাৰ মৰম, স্নেহ আৰু আশীৰ্বাদেৰে সঁচাকৈয়ে স্মৰণীয় হৈ ৰ'ল। আপোনালোকৰ পৰা পোৱা আন্তৰিকতা, সহযোগিতা আৰু উৎসাহ মোৰ বাবে এক অমূল্য প্ৰাপ্তি। আপোনালোকৰ এই মৰম আৰু আশীৰ্বাদ সদায় মোৰ প্ৰেৰণাৰ উৎস হৈ থাকিব। 🙏❤️

10/07/2026

সাফল্যৰ এসপ্তাহ!
"জীপাল জীৱন"ৰ বিশেষ অনুষ্ঠানত ছায়ামনি ভূঞাঁ বাৰ সৈতে টীম "ককাঁদেউতা নাতি আৰু হাতী 2"
"ককাঁদেউতা নাতি আৰু হাতী 2" ৰ প্ৰথম সপ্তাহৰ উপাৰ্জন প্ৰায় 3 কোটি!!
এয়া সম্ভৱ হৈছে একমাত্ৰ আপোনালোকৰ আশীৰ্বাদ আৰু মৰমৰ বাবে.....
আশা ৰাখিছো আহি থকা সপ্তাহ কেইটাতো আপোনালোকৰ এই সহাঁৰী অটুট থাকিব।
ধন্যবাদ 🙏🙏☺️☺️

09/07/2026

বকোৰ College of education ত জিলমিল জুম্বা ষ্টুডিঅ'ৰ দ্বাৰা
আয়োজিত স্বাস্থ্য সজাগতা শিবিৰৰ কিছু মূহুৰ্ত!!

07/07/2026

"ককাঁদেউতা নাতি আৰু হাতী 2"লৈ আপোনালোকে জনোৱা অভূতপূৰ্ব সহাৰীৰ বাবে প্ৰতিজন দৰ্শকলৈ ধন্যবাদ আৰু লগতে জনাইছো মোৰ অশেষ মৰম আৰু শ্ৰদ্ধা। অসমীয়া চিনেমাৰ উদ্যোগটোক জীয়াই ৰখাৰ স্বাৰ্থত আপোনালোকৰ এই সহযোগ সচাঁকৈ অতুলনীয় 🙏🙏🙏! আঁহক প্ৰতিখন অসমীয়া চিনেমাক আমি সমৰ্থন কৰি যাঁও যাতে অনাগত দিনত আমাৰ এই ক্ষুদ্ৰ উদ্যোগটো আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ আগবাঢ়ি যাব পাৰে......☺️☺️

অপেক্ষাৰ অন্ত পৰিল!“ককাঁদেউতা নাতি আৰু হাতী ২” আজিৰে পৰা অসমৰ প্ৰতিটো চিত্ৰগৃহত....এইখন কেৱল এখন চিনেমা নহয়—ই হৈছে ১৫০ৰ...
03/07/2026

অপেক্ষাৰ অন্ত পৰিল!
“ককাঁদেউতা নাতি আৰু হাতী ২” আজিৰে পৰা অসমৰ প্ৰতিটো চিত্ৰগৃহত....এইখন কেৱল এখন চিনেমা নহয়—ই হৈছে ১৫০ৰো অধিক কলা-কুশলী আৰু কাৰিকৰী কৰ্মীৰ সপোন, নিষ্ঠা আৰু কঠোৰ পৰিশ্ৰমৰ এক সাৰ্থক ফল, যিসকলে এই কাহিনীটো ডাঙৰ পৰ্দালৈ আনিবলৈ নিজৰ হৃদয়ৰ সকলোখিনি উজাৰি দিছে।
এই বিশেষ ক্ষণত আমি অসমবাসী ৰাইজৰ ওচৰত আন্তৰিকভাৱে মৰম, আশীৰ্বাদ আৰু সহযোগিতা কামনা কৰিছোঁ। আপোনালোকৰ উৎসাহ আৰু সমৰ্থনেই সদায় অসমীয়া চিনেমাৰ শক্তি হৈ আহিছে, আৰু এইবাৰো আপোনালোকে আমাৰ কাষত থাকিব বুলি আমি আশাবাদী।
আমাৰ এই যাত্ৰাৰ অংশীদাৰ হবলৈ আগবঢ়া প্ৰতিগৰাকী দৰ্শকক আগতীয়াকৈ জনালো আমাৰ আন্তৰিক ধন্যবাদ। 🙏🙏😊😊

29/06/2026

অহা 2 জুলাইৰ পৰা বকোৰ College of Education ত আৰম্ভ হবলৈ গৈ আছে দহ দিনীয়া স্বাস্থ্য সজাগতা শিবিৰ য'ত ময়ো উপস্থিত থাকিম। গতিকে সমূহ বকোবাসী ৰাইজক এই শিবিৰত যোগদান কৰিবলৈ অন্তৰৰ পৰা আহ্বান জনালো! আমি তাত খেলিম, ফূৰ্তি কৰিম, কথা পাতিম,ব্যায়াম কৰিম আৰু শিকিম যে অতি কম খৰচত নিজক সুস্থ কৰি কেনেকৈ ৰাখিব পাৰি!!!! সকলোকে লগ পোৱাৰ আশাৰে.... 🙏🙏😊😊

Address

Gauhati
781034

Telephone

+918011488197

Website

Alerts

Be the first to know and let us send you an email when Nirav's Veda সুস্হ শৰীৰ-সুস্হ মন posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Nirav's Veda সুস্হ শৰীৰ-সুস্হ মন:

Shortcuts

Share