১নং উদালী ক্ৰীড়া গোট ৰাস মহোৎসৱ,বকলীয়াঘাট

  • Home
  • India
  • Diphu
  • ১নং উদালী ক্ৰীড়া গোট ৰাস মহোৎসৱ,বকলীয়াঘাট

১নং উদালী ক্ৰীড়া গোট ৰাস মহোৎসৱ,বকলীয়াঘাট Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from ১নং উদালী ক্ৰীড়া গোট ৰাস মহোৎসৱ,বকলীয়াঘাট, Sports Event, Udali No.1, Bakaliaghat, Diphu.

১৯৯৯ চনতে ঠন ধৰি উঠা ১নং উদালী ক্ৰীড়া গোটে বিভিন্ন ক্ৰীড়াৰ সমূহৰ লগতে, বিগত কেইবাবছৰ ধৰি শ্ৰীকৃষ্ণ ৰাস মহোৎসৱ ভাগি আয়োজন কৰি আহিছো। ক্ৰীড়া জগত খনৰ লগতে কলা-সংস্কৃতিৰ দিশটোতো দুখোজ দিয়াৰ মানসেৰে আমি আগবাঢ়ি আহিছো।
সৃষ্টি, বিকাশ আৰু প্ৰগতি আমাৰ লক্ষ্য।

অভিনন্দন ও শুভেচ্ছাউচ্চ আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা সকলো মেধাৱী ছাত্ৰ-ছাত্ৰীলৈ জনাইছো...
06/05/2026

অভিনন্দন ও শুভেচ্ছা
উচ্চ আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা সকলো মেধাৱী ছাত্ৰ-ছাত্ৰীলৈ জনাইছোঁ আন্তৰিক অভিনন্দন আৰু উষ্ণ শুভেচ্ছা।

তোমালোকৰ এই সাফল্য কেৱল তোমালোকৰ নিজৰ পৰিশ্ৰম আৰু অধ্যৱসায়ৰেই ফল নহয় — ইয়াৰ আঁৰত আছে তোমালোকৰ শ্ৰদ্ধেয় গুৰু-শিক্ষকসকলৰ অক্লান্ত পৰিশ্ৰম আৰু অভিভাৱকসকলৰ অপৰিসীম আশা আৰু ত্যাগ। সেয়ে সকলোকে জনাইছোঁ আন্তৰিক ধন্যবাদ।

ভৱিষ্যতৰ পথ যেন তোমালোকৰ বাবে উজ্জ্বল আৰু সুন্দৰ হওক।

জয়তু ১নং উদালী ক্ৰীড়া গোট।

১নং উদালী ক্ৰীড়া গোটৰ উদ্যোগত আয়োজন কৰা উচ্চ আৰু উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্...
06/05/2026

১নং উদালী ক্ৰীড়া গোটৰ উদ্যোগত আয়োজন কৰা উচ্চ আৰু উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰী সকলৰ সম্বৰ্ধনা অনুষ্ঠানৰ কিছু স্থিৰচিত্ৰ আপোনালোকলৈ আগবঢ়ালোঁ।

স্থান:- উদালী মধ্য ইংৰাজী বিদ্যালয়, বকলীয়াঘাট, কাৰ্বি আংলং।

Bipul Borah প্ৰাঞ্জু প্ৰতিম প্ৰাঞ্জল Parikhit Hazarika Ananta Koch Amar Ridip Koch Chinmoy Munu Borah Pipul Borah Dilip Koch Lokranjan Hazarika Rupam Hazarika Biju Phukan Kandarpa Bora Simanta Nath Priyam Axom Jnandeep Saikia Nabajyoti Saikia Saurabh Jyoti Bora Rajdeep Hazarika Dipmoni Koch Phatik Hazarika

জুবিন দাই কৈছিল "নাহৰ ৰুবি নাহৰ থাকিলে মই থকা নিচিনা লাগিব।" জুবিন গাৰ্গৰ স্মৃতিত ৫ জোপা কৈ নাহৰৰ বৃক্ষ ৰোপন কৰা হয়। ১ন...
12/11/2025

জুবিন দাই কৈছিল "নাহৰ ৰুবি নাহৰ থাকিলে মই থকা নিচিনা লাগিব।"
জুবিন গাৰ্গৰ স্মৃতিত ৫ জোপা কৈ নাহৰৰ বৃক্ষ ৰোপন কৰা হয়। ১নং উদালী ক্ৰীড়া গোট ৰাস মহোৎসৱৰ ৰ বাকৰিত যোৱা ৮ নৱেম্বৰ তাৰিখে।

ইয়াৰ লগতে সমূহ অসমবাসী ৰাইজলৈ এটাই মাথোঁ অনুৰোধ সকলোৱে গছ ৰোৱক। প্ৰকৃতি হৈছে আমাৰ মূলধন।

বিগত বৰ্ষ সমূহৰ দৰে এই বৰ্ষও যোৱা ৮ নৱেম্বৰ ২০২৫ (শনিবাৰ) তাৰিখে অনুষ্ঠিত হৈ যোৱা ৰাস মহোৎসৱ ভাগিত বকলীয়াঘাট বাসী ৰাইজৰ ...
11/11/2025

বিগত বৰ্ষ সমূহৰ দৰে এই বৰ্ষও যোৱা ৮ নৱেম্বৰ ২০২৫ (শনিবাৰ) তাৰিখে অনুষ্ঠিত হৈ যোৱা ৰাস মহোৎসৱ ভাগিত বকলীয়াঘাট বাসী ৰাইজৰ লগতে বিভিন্ন ঠাইৰ পৰা আহি উপস্থিত থাকি ৰাসখন উপভোগ কৰাৰ লগতে অনুষ্ঠানটি সুচাৰূপে চলাই নিয়াত যি সহায় আৰু সহযোগিতা আগবঢ়ালে তাৰ কাৰণে আমি ১নং উদালী ক্ৰীড়া গোট ৰাস মহোৎসৱ,বকলীয়াঘাট সমিতিয়ে সমূহ ভক্তপ্ৰাণ ৰাইজৰ ওচৰত চিৰকৃতজ্ঞ হৈ ৰলো।

আমাৰ এই মহান অনুষ্ঠান ভাগি আগুৱাই নিয়াৰ ক্ষেত্ৰত আমি আপোনালোকৰ সহায় সহযোগিতা সু-হৃদয়ৰ পৰা আন্তৰিকতাৰে কামনা কৰিলোঁ।

সমূহ ভক্তপ্ৰাণ ৰাইজলৈ আমাৰ তৰফৰ পৰা ভক্তিভৰা শ্ৰদ্ধা আৰু সেৱা নিবেদিছোঁ। 🙏

Address

Udali No.1, Bakaliaghat
Diphu
782482

Website

Alerts

Be the first to know and let us send you an email when ১নং উদালী ক্ৰীড়া গোট ৰাস মহোৎসৱ,বকলীয়াঘাট posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category