Chinu konwar B

Chinu konwar B Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Chinu konwar B, Personal trainer, Diphu.

"জীৱনত যিমানেই কষ্ট, বাধা আৰু সংগ্ৰাম নাহক কিয়, নিজৰ লক্ষ্যৰ পৰা কেতিয়াও দৃষ্টি আঁতৰাই নিদিবা। কাৰণ ধৈৰ্য্য, আত্মবিশ্ব...
15/06/2026

"জীৱনত যিমানেই কষ্ট, বাধা আৰু সংগ্ৰাম নাহক কিয়, নিজৰ লক্ষ্যৰ পৰা কেতিয়াও দৃষ্টি আঁতৰাই নিদিবা। কাৰণ ধৈৰ্য্য, আত্মবিশ্বাস আৰু অবিৰত পৰিশ্ৰমে এদিন নিশ্চয় সফলতাৰ শিখৰত উপনীত কৰায়।" 💪🌱

“আজিৰ এই সুন্দৰ দিনটোত মোৰ মৰমৰ পৰিয়ালৰ লগত অলপ সময় কটাই খুব ভাল লাগিছে ❤️হাঁহি-ধেমালি, মৰম আৰু একেলগে থকা এই মুহূৰ্তবোৰ...
12/05/2026

“আজিৰ এই সুন্দৰ দিনটোত মোৰ মৰমৰ পৰিয়ালৰ লগত অলপ সময় কটাই খুব ভাল লাগিছে ❤️
হাঁহি-ধেমালি, মৰম আৰু একেলগে থকা এই মুহূৰ্তবোৰেই জীৱনৰ আটাইতকৈ ধুনীয়া স্মৃতি 🌿✨
পৰিয়ালৰ লগত ফুৰিবলৈ যোৱাটো মানেই সুখৰ অন্য এটা অনুভৱ 💕”

07/04/2026
19/02/2026

“আমাৰ ৮ম বিবাহ বাৰ্ষিকীত (Anniversary) সকলোৰে মৰম আৰু আশীৰ্বাদ কামনা কৰিছো। আমি কেনেকৈ ৮ বছৰ পাৰ কৰিলোঁ গমেই নাপালোঁ, আগলৈও এনেকৈয়ে আৰু বেছি ভালকৈ আগুৱাই যাব পাৰোঁ বুলি আশা কৰিছো ❤️🙏”.সকলোৰে মৰম আৰু আশীৰ্বাদ বিচাৰিছো 🙏”

08/12/2025
এতিয়া দিনে ১০ বাৰ হাহেঁ ৫ বাৰ কপালত ধৰেআৰু ২ বাৰে ভাবে — “এইজন বন্ধু মানুহনে নে পুতলা !” 😜.
07/11/2025

এতিয়া দিনে ১০ বাৰ হাহেঁ ৫ বাৰ কপালত ধৰে
আৰু ২ বাৰে ভাবে — “এইজন বন্ধু মানুহনে নে পুতলা !” 😜.




“ভূপেন হাজৰিকা — অসমৰ গৌৰৱ, সংগীতৰ জ্যোতিৰ্ময় তাৰকা।তাঁৰ গানত জীৱন, জনতা আৰু মানবতাৰ কথা বাজে।তেওঁক  সহস্ৰ প্ৰণাম ।”   ...
05/11/2025

“ভূপেন হাজৰিকা — অসমৰ গৌৰৱ, সংগীতৰ জ্যোতিৰ্ময় তাৰকা।
তাঁৰ গানত জীৱন, জনতা আৰু মানবতাৰ কথা বাজে।
তেওঁক সহস্ৰ প্ৰণাম ।”



🪔 কৃশিকাৰ দীপাৱলী 🪔হাঁহিৰেৰে জ্বলে দীপ,আলোৰেৰে উজলায় হৃদয়।কৃশিকাৰ সৰু হাঁহিৰে,ভৰি উঠে সপোনৰ সোঁত। 🌸আকাশত পোহৰ পাতে,ৰাতি ...
22/10/2025

🪔 কৃশিকাৰ দীপাৱলী 🪔

হাঁহিৰেৰে জ্বলে দীপ,
আলোৰেৰে উজলায় হৃদয়।
কৃশিকাৰ সৰু হাঁহিৰে,
ভৰি উঠে সপোনৰ সোঁত। 🌸

আকাশত পোহৰ পাতে,
ৰাতি বুলে ফুলৰ গন্ধ।
দীপাৱলীৰ এই ক্ষণত,
কৃশিকাৰ — আনন্দৰ চন্দন। ✨🎇




🌼1. “মা দূৰ্গাই আপোনালোকৰ জীৱনত সুখ, শান্তি আৰু সমৃদ্ধিৰ বতৰা লৈ আনক। শুভ শাৰদীয়া!”2. “বিজয়া দশমীৰ এই পবিত্ৰ দিনটোত আপোন...
03/10/2025

🌼

1. “মা দূৰ্গাই আপোনালোকৰ জীৱনত সুখ, শান্তি আৰু সমৃদ্ধিৰ বতৰা লৈ আনক। শুভ শাৰদীয়া!”

2. “বিজয়া দশমীৰ এই পবিত্ৰ দিনটোত আপোনাৰ জীৱনত জয় আৰু সফলতাৰ পংখ মেলক।”

3. “শুভ দূৰ্গা পূজা! পূজাৰ আনন্দত পৰিয়াল-সকলৰ সৈতে সময় কটাওক, হৃদয় উজলাই উঠক।”

শুভ দূৰ্গা পূজা! 🪔✨
জয় মা দূৰ্গা







.

Address

Diphu
782460, 782462

Website

Alerts

Be the first to know and let us send you an email when Chinu konwar B posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share