Dibrugarh Taekwondo Academy, Dibrugarh

Dibrugarh  Taekwondo  Academy,  Dibrugarh "Wake up with determination, Go to bed with satisfaction." WE CREATE CHAMPIONS!!! naliapool taekwondo club.

আজিৰ দিনটোৱে এক বিশেষ অনুভৱৰ বাৰ্তা লৈ আহিছে । তুমি আমাৰ মাজত নথকা ২ বছৰৰ ৫ মাহ হৈ গ’ল, কিন্তু তোমাৰ প্ৰতিটো কথাৰে, প্ৰত...
22/07/2025

আজিৰ দিনটোৱে এক বিশেষ অনুভৱৰ বাৰ্তা লৈ আহিছে ।
তুমি আমাৰ মাজত নথকা ২ বছৰৰ ৫ মাহ হৈ গ’ল, কিন্তু তোমাৰ প্ৰতিটো কথাৰে, প্ৰতিটো সপোনে এতিয়াও আমাৰ বুকুত জীয়াই ৰাখিছো । তুমি গঢ়ি তোলা ক্লাবটোৰ সপোন আজিও আমি দিঠকত পৰিণত কৰি চেষ্টা অব্যাহত ৰাখি আগবাঢ়ি আছোঁ । তোমাৰ আশীৰ্বাদ যেন সদায়েই আমাৰ ওপৰত থাকক ।

আজিৰ দিনটোত আমি গৰ্বিতভাৱে ঘোষণা কৰিব পাৰোঁ যে, ১ম C.C.M.A. Cup 2025 Inter Club Taekwondo Championship (Sapekhati) ত অংশগ্ৰহণ কৰি ২২খন জিলা মাজৰ পৰা ৩য় শ্ৰেষ্ঠ দল হিচাপে বাছনি হোৱাৰ গৌৰৱ লাভ কৰিছোঁ । তুমি যি সপোন দেখিছিলা — তোমাৰ ছাত্র-ছাত্রীবোৰৰ সৈতে ক্লাবটোক আগবঢ়োৱাৰ, আমি সেই সপোন পূৰণৰ দিশে আগবাঢ়িছোঁ ।

সঁচাকৈয়ে, পৰিস্থিতি সহজ নাছিল, কিন্তু আমি কেতিয়াও হাৰ নামানিলোঁ। তুমি দেখুওৱা পথেই আমাৰ শক্তি, সাহস , প্ৰেৰণা ।
এই প্ৰতিযোগিতাত আমি—

✨ Gold Medal – ১০টা
✨ Silver Medal – ৯টা
✨ Bronze Medal – ১৩টা

লাভ কৰি তোমাৰ সপোনক এক ধাপ আগবাঢ়ি লৈ গ’লোঁ ।
তুমি থকাৰ দৰে, তোমাৰ আশীৰ্বাদেও সদায় থাকক — আমি চেষ্টা কৰিম, এই ক্লাবটোক তুমিয়েই যিদৰে সজাইছিলা, সেই পথৰে আগবঢ়াবলৈ ।

DIBRUGARH TAEKWONDO ACADEMY🥋(Belt test day)
02/03/2025

DIBRUGARH TAEKWONDO ACADEMY🥋
(Belt test day)

Dibrugarh Taekwondo Academy , Dibrugarh
02/03/2025

Dibrugarh Taekwondo Academy , Dibrugarh

23/08/2024
23/08/2024

Address

Dibrugarh
786003

Telephone

09957069064

Website

Alerts

Be the first to know and let us send you an email when Dibrugarh Taekwondo Academy, Dibrugarh posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Dibrugarh Taekwondo Academy, Dibrugarh:

Shortcuts

Share

Category