Ouphulia Cricket Club, Dibrugarh District.

Ouphulia Cricket Club, Dibrugarh District. Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Ouphulia Cricket Club, Dibrugarh District., Sports Team, Ouphulia Chariali, Dibrugarh.

24/11/2022

কাইলৈৰ পৰা আৰম্ভ ।

2 Days to Fire 🔥....... Let's Cricket 🏏From 25th November... Welcome to Our Ouphulia Day-Night Tennis Ball Cricket Tourn...
22/11/2022

2 Days to Fire 🔥....... Let's Cricket 🏏
From 25th November...
Welcome to Our
Ouphulia Day-Night Tennis Ball Cricket Tournament...

22/11/2022


We would like to proudly announce which is held by at Ouphulia High School Palyground from 25th November 2022...
We need your support and blessings for the smooth conduct of this tournament and will be more than happy. If you Sometime to spare at our Ouphulia Play Ground to support and unwind the memories you had with 🏏

22/11/2022

অহা ২৫ নৱেম্বৰৰ পৰা আমাৰ #ঔফুলীয়া চাৰিআলিৰ খেলপথাৰত অনুষ্ঠিত হ'বলগীয়া দিবা-নৈশ ক্ৰিকেট প্ৰতিযোগিতাৰ বাবে প্ৰস্তুতি ।

30/12/2021

MORAN CRICKET LEAGUE 2021-22

মৰাণ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত মৰাণ মহাবিদ্যালয়ৰ খেলপথাৰত চলি থকা ষষ্ঠ বাৰ্ষিক উদয়শংকৰ গগৈ সোঁৱৰণী মৰাণ আন্তঃক্লাব ক...
26/12/2021

মৰাণ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত মৰাণ মহাবিদ্যালয়ৰ খেলপথাৰত চলি থকা ষষ্ঠ বাৰ্ষিক উদয়শংকৰ গগৈ সোঁৱৰণী মৰাণ আন্তঃক্লাব ক্ৰিকেট লীগত আজি অনুষ্ঠিত গ্ৰোপ 'এ'ৰ প্ৰতিযোগিতাখনত ুলীয়া_ক্ৰিকেট_ক্লাবে_ #মৰাণ_উইজাৰ্ড_ক্ৰিকেট_ক্লাবক_ ৪৭ ৰাণৰ ব্যৱধানত পৰাজিত কৰে । আজিৰ মেচত ঔফুলীয়াৰ _অবিনাশ সোনোৱালে_ ৩৮টা বলত ৮টা চাৰি আৰু ২টা ছয়ৰ সহায়ত ৬৪ ৰাণৰ এটা সুন্দৰ ইনিংছ খেলাৰ লগতে ২টা উইকেট সংগ্ৰহ কৰি দলৰ বিজয়ত উল্লেখনীয় ভূমিকা গ্ৰহণ কৰে । মৰাণ উইজাৰ্ড ক্ৰিকেট ক্লাবৰ _ইন্দ্ৰ তামাঙে_ ৫১ বলত ৩৯ ৰাণ সংগ্ৰহ কৰে । টচত জয়ী হৈ ঔফুলীয়া ক্ৰিকেট ক্লাবে প্ৰথমে বেটিং কৰি ২৭.৪ অ'ভাৰত ১০ উইকেট হেৰুৱাই ১৭৭ ৰাণ সংগ্ৰহ কৰে আৰু উইজাৰ্ড ক্ৰিকেট ক্লাবে ২৪.২ অ'ভাৰত আটাইকেইটা উইকেট হেৰুৱাই ১৩০ সংগ্ৰহ কৰিবলৈ সক্ষম হয় ।

17/12/2021
03/12/2021

Winning moment of Moran Against .
BHASKARJYOTI CRICKET CLUB won by 14 Runs.

Address

Ouphulia Chariali
Dibrugarh
PIN 786613

Website

Alerts

Be the first to know and let us send you an email when Ouphulia Cricket Club, Dibrugarh District. posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

Category