Baterhat

Baterhat Kaimari Part-7

Satisfactory Result of H.S. 2nd year, 2026.
28/04/2026

Satisfactory Result of H.S. 2nd year, 2026.

আহি আছে অহা ৬,৭ আৰু ৮ ডিছেম্বৰ আপোনালোকৰ বটেৰহাটত, মাথোঁ তিনিটা নিশাৰ বাবে, পৃথিৰাজ থিয়েটাৰ
04/12/2025

আহি আছে অহা ৬,৭ আৰু ৮ ডিছেম্বৰ আপোনালোকৰ বটেৰহাটত, মাথোঁ তিনিটা নিশাৰ বাবে, পৃথিৰাজ থিয়েটাৰ

প্ৰতি মংগলবাৰ,শুক্ৰবাৰ বিয়লি 3 বজাৰ পৰা আৰু দেওবাৰ ৰাতিপুৱা 6:30 বজাৰ পৰা আপোনালোকৰ বটেৰহাটত উন্নতমানৰ প্ৰশিক্ষকৰ দ্বাৰা...
17/12/2024

প্ৰতি মংগলবাৰ,শুক্ৰবাৰ বিয়লি 3 বজাৰ পৰা আৰু দেওবাৰ ৰাতিপুৱা 6:30 বজাৰ পৰা আপোনালোকৰ বটেৰহাটত উন্নতমানৰ প্ৰশিক্ষকৰ দ্বাৰা Martial Art (Karate) শিকোৱা হয়,ইচ্ছুক ব্যাক্তি সকলে নিজৰ নিজৰ লৰা-ছোৱালিৰ নাম ভৰ্তি কৰাবলৈ তলত দিয়া নম্বৰত যোগাযোগ কৰিব পাৰে ৷৷

7002538962,8011625629

31/10/2024

---------------- শোক বাৰ্তা ----------------

আমাৰ বটেৰহাট অঞ্চলৰ এগৰাকি জেষ্ট সমাজ সেৱক তথা আগমনী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অবসৰপ্ৰাপ্ত বিষয় শিক্ষক আব্বাছ আলি সৰকাৰ আজি ৰাতিপুৱা 5 টা বজাত ধুবুৰী চিকিৎসা মহাবিদ্যালয়ত শেষ নিশ্বাস ত্যাগ কৰে ৷ তেখেতৰ জানাজা নামাজ দুপৰীয়া 2:30 বজাত বিদ্যাৰডাবৰি চতুৰ্থখণ্ডত অৱস্থিত নিজা বাসভৱনত সম্পন্য কৰা হব ৷৷

08/09/2024
যোৱা কালি হৈ যোৱা বটেৰহাট দিবা নৈশ ভলিবল টুৰ্নামেণ্ট 5ম বৰ্ষৰ চুৰান্ত তথা ফাইনাল খেলখনত  #ঝাৰখাণ্ড আৰু পশ্চিমবজ্ঞৰ   #ফা...
27/02/2024

যোৱা কালি হৈ যোৱা বটেৰহাট দিবা নৈশ ভলিবল টুৰ্নামেণ্ট 5ম বৰ্ষৰ চুৰান্ত তথা ফাইনাল খেলখনত #ঝাৰখাণ্ড আৰু পশ্চিমবজ্ঞৰ #ফালকাটা প্ৰবেশ কৰে,দুৱোটাদলে খুব ভাল খেল প্ৰদৰ্শন কৰে যদিও সেষত ঝাৰখাণ্ড দলটোৱে বিজয়ী হয় আৰু শ্ৰেষ্ট খেলুৱৈ হিচাপে ঝাৰখাণ্ড দলৰ #আছিফ বিবেচিত হয় ৷৷



27/02/2024

#বঙাইগাওঁ বনাম #মালদা

27/02/2024

এই খেলখন প্ৰতিযোগিতাখনৰ অতি আকৰ্ষণীয় আছিল

িদ্যুৎ_পৰিষদ #গুৱাহাটি বনাম #ফালাকাটা

অহাকালি বিয়লি চাৰি (4) বজাৰ পৰা বটেৰহাট এম ভি স্কুল খেলপথাৰত উপভোগ কৰিবলৈ পাব এখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ ভলিবল টুৰ্নামেন্ট ৷খ...
25/02/2024

অহাকালি বিয়লি চাৰি (4) বজাৰ পৰা বটেৰহাট এম ভি স্কুল খেলপথাৰত উপভোগ কৰিবলৈ পাব এখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ ভলিবল টুৰ্নামেন্ট ৷

খেলত অংশগ্ৰহন কৰিবলগিয়া দলসমুহ তলত দিয়া ধৰনৰ:---

1.অসম বিদ্যুৎ পৰিষদ,গুৱাহাটি 2.ঝাৰখাণ্ড 3.মৰিগাওঁ 4.মালদা 5.ফালকাটা 6.শিলিগুৰি ইত্যাদি ৷৷

Address

Kaimari
Dhubri
783335

Website

Alerts

Be the first to know and let us send you an email when Baterhat posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share