YOUNG STAR CLUB, Lakhtakia

YOUNG STAR CLUB, Lakhtakia To empower youth through sports, culture, and education for a brighter and sustainable future �

23/09/2024

Welcome to the Young Star Club!

নমস্কাৰ, Young Star Club ৰ Official page লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ! আমাৰ এই যাত্ৰাত আপোনালোকক লগত পাই আমি অত্যন্ত উৎফুল্লিত।

আমাৰ ক্লাবৰ মূল লক্ষ্য হৈছে যুৱ সমাজৰ সবলীকৰণ (Youth Empowerment) । আমি বিশ্বাস কৰোঁ যে শিক্ষা, ক্ৰীড়া-সংস্কৃতিৰ বিভিন্ন উদ্যোগ আৰু উন্নয়নমূলক কাৰ্যসূচীৰ জৰিয়তে যুৱ সমাজৰ বিকাশ সম্ভৱ, যাতে সমাজৰ পৰিপুষ্টিত তেওঁলোকে গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াব পাৰে।

এই ক্ষেত্ৰত আপোনালোকৰ মূল্যবান মতামত আৰু দিহা-পৰামৰ্শ আমাৰ লক্ষ্য পূৰণৰ বাবে অত্যন্ত আৱশ্যকীয়। আহক, আমি একে লগে এক উজ্বল, শক্তিশালী আৰু সুস্থ সমাজ গঢ়ি তোলোঁ আহক।

আমাৰ পৰিয়ালৰ অংশ হোৱাৰ বাবে আপোনালোকক ধন্যবাদ! 🙏

Young Star Club,
Lakhtakia, Dhemaji



Address

Dhemaji
787057

Website

Alerts

Be the first to know and let us send you an email when YOUNG STAR CLUB, Lakhtakia posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category