B S Fitness HuB

B S Fitness HuB Fitness �

14/10/2025

22/08/2025
22/08/2025

    💪💪✌️✌️
11/06/2024





💪💪✌️✌️

💪Silapathar 2023
21/12/2023

💪Silapathar 2023

21/12/2023

Mr..Silapathar Classic 2023 💪💪

বুটিকোৰ আঞ্চলিক সাংস্কৃতিক ত্ৰিবেণী সংঘৰ গৌৰৱোজ্জ্বল সোণালী জয়ন্তী বৰ্ষৰ লগত সংগতি ৰাখি  #বি_এছ_ফিটনেছ_হাব ,বুটিকোৰ উদ্য...
02/11/2023

বুটিকোৰ আঞ্চলিক সাংস্কৃতিক ত্ৰিবেণী সংঘৰ গৌৰৱোজ্জ্বল সোণালী জয়ন্তী বৰ্ষৰ লগত সংগতি ৰাখি #বি_এছ_ফিটনেছ_হাব ,বুটিকোৰ উদ্যোগত আৰু WABBA ৰ সহযোগত অহা ইং ২৫ নৱেম্বৰ,২০২৩ তাৰিখে বুটিকোৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত সন্ধিয়া ৫.০০ বজাত #মিষ্টাৰ_ধেমাজি-২০২৩ দেহশ্ৰী প্ৰতিযোগিতাখনি আয়োজন কৰা হৈছে।(MR.DHEMAJI BODY BUILDING & FITNESS COMPETITION 2023)
গতিকে সকলো প্ৰতিযোগীৰ অংশগ্ৰহণৰ লগতে সকলো ৰাইজৰ সহায় সহযোগিতা আৰু উপস্থিতি কামনা কৰিলোঁ।

(বি:দ্ৰ: তলৰ বেনাৰত উল্লেখিত নাম্বাৰত যোগাযোগ কৰিবলৈ আয়োজক সমিতিৰ তৰফৰ পৰা আহ্বান জনালোঁ। )

Address

Butikur
Dhemaji
787058

Website

Alerts

Be the first to know and let us send you an email when B S Fitness HuB posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to B S Fitness HuB:

Share