25/10/2025
ধেমাজি B.G ক্লাৱৰ সৌজন্যত আৰু সমূহ বালি গাওঁ বাসী ৰাইজৰ সহযোগত অহা ইং ১২/১১/২০২৫ তাৰিখৰ পৰা প্ৰাইজমনি ফুটবল প্ৰতযোগিতা আয়োজন কৰা হৈছে । তদুপলক্ষে ইচ্ছুক খেল দলক ১০/১১/২০২৫ তাৰিখৰ ভিতৰত নামভৰ্তি কৰিবলৈ অনুৰোধ জনোৱা হ'ল।
মুঠ প্ৰাইজমানি- ৬০,০০০ টকা
নামভৰ্তি মাচুল - ২০০০ টকা
যোগাযোগ নং - ৯৩৬৫৮২৭৫৩৯/৭০০২৬৫৪৫২৩/৬০০১৪৭৮৯০৬/৯১০১০৮৩০৯৬/