13/08/2026
আমাৰ ঢেকিয়াজুলি নাট্য কলা একাডেমীৰ বাবে অতি আনন্দৰ খবৰ। Assam Talks চেনেলত সম্প্ৰচাৰিত Rainbow Entertainment ৰ পৰিচালনাত Assam 's Got Talent season 10 ৰ বিজ্ঞাপনত আমাৰ মৰমৰ ছাত্ৰী Ditya Biswasৰ নৃত্য উপভোগ কৰিব পাৰিব। আমাৰ ছাত্ৰ ছাত্ৰী সকলৰ উজ্বল ভৱিষ্যত আৰু সফলতা কামনা কৰি সকলোৰে আশীৰ্বাদ কামনা কৰিলো।
Chaitali M Dey
T Pooja Paul Biswas