14/08/2024
৭৮তম স্বাধীনতা দিৱস উপলক্ষে ১৫/০৮/২০২৪ ৰ পৰা ২২/০৮/২৪ লৈকে দেৰগাঁও ছুপাৰ মাৰ্কেত স্থিত FITNESSZONE MULTYGYM ত ভৰ্ত্তি মাছুল ৫০% ৰেহাই দিয়া হৈছে। যিসকল স্বাস্থ্য সচেতন লোকে উন্নত মানদণ্ডৰ জীম মেচিন আৰু অভিজ্ঞ প্ৰশিক্ষকৰ অধীনত অনুশীলন কৰিম বুলি ভাবি আছে,তেওঁলোকৰ বাবে এইয়া এক ভাল সুযোগ।অধিক জানিবৰ বাবে 9101063015 আৰু 9085394845 নম্বৰত যোগাযোগ কৰিব পাৰে।