বেতমেলা যুৱ সংঘ , বিশমাইল চাবুৱা

  • Home
  • India
  • Chabua
  • বেতমেলা যুৱ সংঘ , বিশমাইল চাবুৱা

বেতমেলা যুৱ সংঘ , বিশমাইল  চাবুৱা welcome to the official page of বেতমেলা যুৱ সংঘ , বিশমাইল ( চাবুৱা)

21/10/2025

বিশেষ অসুবিধা হোৱা বাবে মই যোৱা ১ মাহ ধৰি পেজত কোনো ধৰণৰ আপডেত দিব পৰা নাছিলোঁ ।। সেই গতিকে সকলোৱেই মোক ক্ষমা কৰি দিব
আজি পৰা পুনৰাই মই পেজ খন পূৰ্ণ গতিত লৈ যোৱা চেষ্টা কৰিছোঁ।
ধন্যবাদ 🙏
ঋষি কেশ হাজৰিকা ।।।

আজি অনুষ্ঠিত হোৱা দিকম বিনৈকতিয়াত প্ৰাইজ মনি ফুটবল প্ৰতযোগিতাত বেত মেলা যুৱক সংঘক অমৰজ্যোতি ফুটবল ক্লাব (ডিব্ৰুগড় ) ই ট...
21/10/2025

আজি অনুষ্ঠিত হোৱা দিকম বিনৈকতিয়াত প্ৰাইজ মনি ফুটবল প্ৰতযোগিতাত বেত মেলা যুৱক সংঘক অমৰজ্যোতি ফুটবল ক্লাব (ডিব্ৰুগড় ) ই ট্ৰাই বেকা সহায়ত ৪-২ গলৰ ব্যৱধানত পৰাস্ত কৰে।

15/09/2025

কামেশ্বৰ খাউণ্ড দেৱৰ সোঁৱৰনি 'এ' ডিভিজন ফুটবল লীগ প্ৰতিযোগিতাত আজি দ্বিতীয় খনি লীগ খেলত বেত মেলা যুৱক সংঘই সূৰ্যোদয় সংঘ চেতিয়া গাওঁ ক ১-০ গলত পৰাস্ত কৰে।।।।

16/08/2025

যোৱা কালি ৰহমৰীয়াত অনুষ্ঠিত হোৱা স্বাধীনতা কাপ ফুটবল প্ৰতিযোগিতাত চোৰান্ত তথা ফাইনেল খেলখন ত বেত মেলা যুৱক সংঘই মৰম টম ক্লাব ক ৫-১ গল ৰ ব্যৱধানত পৰাস্ত কৰে।।
এই ক্ষেত্ৰত বিশেষ ভাৱে অৰিহণা যোগোৱা বেত মেলা যুৱক সংঘ সভাপতি তথা বিশিষ্ট ব্যৱসায়ি কিশোৰ হাজৰিকা ,সম্পাদক নৱপ্রতিম দত্ত, উপ সভাপতি ৰাতুল হাজৰিকা,আদি কৰি সকলো বেত মেলা যুৱক সংঘ ৰ কাৰ্য -কমতা বিষয়- ববিয়া ও লগতে ই বেত মেলা গাওঁ সকলো ৰাইজক সহায় সহযোগিতা কৰা বাবে বেত মেলা যুৱক সংঘ ফালৰ পৰা বহুত বহুত ধন্যবাদ থাকিল।🙏🙏

যোৱা কালি ৰহমৰীয়াত অনুষ্ঠিত হোৱা স্বাধীনতা কাপ ফুটবল চুৰান্ত তথা ফাইনেল খেল খনিত বেত মেলা যুৱক সংঘই মৰম টম ক্লাব মোহনবা...
16/08/2025

যোৱা কালি ৰহমৰীয়াত অনুষ্ঠিত হোৱা স্বাধীনতা কাপ ফুটবল চুৰান্ত তথা ফাইনেল খেল খনিত বেত মেলা যুৱক সংঘই মৰম টম ক্লাব মোহনবাৰীক ৫-১ গলৰ ব্যৱধানত পৰাস্ত কৰে।। খেলৰ আৰম্ভনি তে তথা ১৯ মিনিট ত ষ্ট্ৰাইকাৰ কিশানো মেছে প্ৰথম টো গল দিবলৈ সক্ষম হৈ।। দ্বিতীয় টো গল ক্ৰমে নাচিব মাঝি (২) ঋষি কেশ বৰুৱা (১) টা কৈ গল দিয়ে।।
খেলৰ শেষ্টৰ গল দাতা - নাচিব মাঝি লৈ
শেষ্টৰ গল ৰক্ষক - নিলোৎপল দত্ত

07/08/2025
আজি ৰহমৰীয়াত অনুস্থিত ত হোৱা স্বাধীনতা কাপ ফুটবল প্ৰতিযোগিতাত বেত মেলা যুৱক সংঘই মাভিশ এফচি ক ট্ৰাই বেকা সহায়ত  ৫-৪ গল...
06/08/2025

আজি ৰহমৰীয়াত অনুস্থিত ত হোৱা স্বাধীনতা কাপ ফুটবল প্ৰতিযোগিতাত বেত মেলা যুৱক সংঘই মাভিশ এফচি ক ট্ৰাই বেকা সহায়ত ৫-৪ গল ৰ ব্যৱধানত পৰাস্ত কৰে।।।

যোৱা কালি ৰহমৰীয়াত অনুষ্ঠিত ত হোৱা স্বাধীনতা কাপ ফুটবল প্ৰতিযোগিতাত বেত মেলা যুৱক সংঘই লুইত পৰীয়া ফুটবল ক্লাবক ৩-০ গলৰ ...
01/08/2025

যোৱা কালি ৰহমৰীয়াত অনুষ্ঠিত ত হোৱা স্বাধীনতা কাপ ফুটবল প্ৰতিযোগিতাত বেত মেলা যুৱক সংঘই লুইত পৰীয়া ফুটবল ক্লাবক ৩-০ গলৰ ব্যৱধানত পৰাস্ত কৰে।।।। খেলৰ আৰম্ভনি ২০ মিনিতত প্ৰথম টো গল দিবলৈ শৈক্ষম হৈ তিম্পল হাজৰিকা আৰু দ্বিতীয় ফিলত ক্ৰমে জয়দিপ হাজৰিকা আৰু অনিল গোহাঁই ২ টাকৈ গ'ল দিয়ে।।

যোৱা কালি উত্তৰ বালিজান ত অনুষ্ঠিত হোৱা ফুটবল টুণামেন্টত চিৰালখাতি ফুটবল ক্লাব বনাম বেত মেলা যুৱক সংঘ মাজত অনুষ্ঠিত ত হো...
30/07/2025

যোৱা কালি উত্তৰ বালিজান ত অনুষ্ঠিত হোৱা ফুটবল টুণামেন্টত চিৰালখাতি ফুটবল ক্লাব বনাম বেত মেলা যুৱক সংঘ মাজত অনুষ্ঠিত ত হোৱা হাই- ভল্টেজ খেল খনিত খেলৰ ৫০ মিনিট সময় লৈকে ১-১ গলত দ্ৰ হয় ।। পিছত ট্ৰাই বেকা সহায়ত চিয়ালখাতি ফুটবল ক্লাবে বেত মেলা যুৱক সংঘক ৪-৩ গলৰ ব্যৱধানত পৰাস্ত কৰে।।

Address

Chabua Bishmile Betmela Gaon
Chabua
786184

Website

Alerts

Be the first to know and let us send you an email when বেতমেলা যুৱ সংঘ , বিশমাইল চাবুৱা posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category