United Chabua F.C Academy

United Chabua F.C Academy sports(Foot Ball)

শুভবোধ,,,Himanta Biswa Sarma Punakan Baruah পোনাকণ বৰুৱা
19/09/2021

শুভবোধ,,,
Himanta Biswa Sarma
Punakan Baruah পোনাকণ বৰুৱা

অসমৰ ক্ৰীড়া ইতিহাসৰ কিংবদন্তি ক্ৰীড়াবিদ ,প্ৰথমগৰাকী অৰ্জুন ভোগেশ্বৰ বৰুৱা দেৱক ওপজা দিনৰ আন্তৰিক শুভেচ্ছা জনাই সুস্বাস্থ...
03/09/2021

অসমৰ ক্ৰীড়া ইতিহাসৰ কিংবদন্তি ক্ৰীড়াবিদ ,প্ৰথমগৰাকী অৰ্জুন ভোগেশ্বৰ বৰুৱা দেৱক ওপজা দিনৰ আন্তৰিক শুভেচ্ছা জনাই সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিলোঁ।

অসমৰ বুকা পানী গচকি অলিম্পিকত ব্ৰঞ্জৰ পদক আঁজোৰিবলৈ সক্ষম হোৱা লাভ লিনালৈ আন্তৰিক অভিনন্দন l
04/08/2021

অসমৰ বুকা পানী গচকি অলিম্পিকত ব্ৰঞ্জৰ পদক আঁজোৰিবলৈ সক্ষম হোৱা লাভ লিনালৈ আন্তৰিক অভিনন্দন l

আজি ত্ৰিনয়ণ জ্যোতি সংঘৰ উদ্যোগত আৰু ইউনাইটেড ফুটবল ক্লাব একাডেমি চাবুৱাৰ সহযোগত ইউনাইটেড এফ চিৰ স্বত্বাধিকাৰী তথা পৰিচা...
01/08/2021

আজি ত্ৰিনয়ণ জ্যোতি সংঘৰ উদ্যোগত আৰু ইউনাইটেড ফুটবল ক্লাব একাডেমি চাবুৱাৰ সহযোগত ইউনাইটেড এফ চিৰ স্বত্বাধিকাৰী তথা পৰিচালক মহোদয় দিলিপ বড়াৰ তত্বাবধানত ত্ৰিনয়ণ জ্যোতি সংঘৰ সমিপত এটি পুথিভঁৰাল উদ্ধোধন কৰা হয়। শুভ উদ্বোধন কৰে চাবুৱা বিধান সভা সমষ্টিৰ সন্মানীয় বিধায়ক পোনাকণ বৰুৱা দেৱে। এই শুভ উদ্বোধন কাৰ্যসূচীত উপস্থিত থাকে বিভিন্ন ঠাইৰ পৰা অহা গণ্য-মান্য ব্যক্তি সকল।

১৩আৰু ১৪ বছৰ অনুৰ্দ্ধৰ ভাৰতীয় ফুটবল শিবিৰত প্ৰশিক্ষিত  খেলুৱৈ চাবুৱাৰ সুযোগ্য সন্তান অনিমেষ গোহাঁই খেলি থকা অৱস্থাত ভৰি...
31/03/2021

১৩আৰু ১৪ বছৰ অনুৰ্দ্ধৰ ভাৰতীয় ফুটবল শিবিৰত প্ৰশিক্ষিত খেলুৱৈ চাবুৱাৰ সুযোগ্য সন্তান অনিমেষ গোহাঁই খেলি থকা অৱস্থাত ভৰিত গুৰুত্বৰ আঘাত প্ৰাপ্ত হৈ শয্যাশায়ী হৈ আছে। উল্লেখযোগ্য যে ভৰিৰ অক্টোপচাৰৰ বাবে বৃহৎ পৰিমাণৰ ধন যোগাৰ নোহোৱাৰ বাবে খেলুৱৈজন চিকিৎসাৰ বাবে উপেক্ষিত হৈ আছে। খৰচৰ মাত্ৰা ৮০,০০০ হাজাৰৰ উৰ্দ্ধত। যদি কোনোবা সদাশয় ব্যক্তিয়ে সহায়ৰ হাত আগবঢ়াব খোজে তেন্তে 7002176241 নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনালো।

আজি দুলিয়াজান চলাকটকী খেল পথাৰত ইউনাইটেড চাবুৱা এফ. চিৰ প্ৰশিক্ষাৰ্থী শিশু খেলুৱৈ সকলৰ লগতে ইউনাইটেড চাবুৱা এফ. চিৰ স্বত...
04/02/2021

আজি দুলিয়াজান চলাকটকী খেল পথাৰত ইউনাইটেড চাবুৱা এফ. চিৰ প্ৰশিক্ষাৰ্থী শিশু খেলুৱৈ সকলৰ লগতে ইউনাইটেড চাবুৱা এফ. চিৰ স্বত্বাধিকাৰী পৰিচালক মহোদয় দিলিপ বড়া ডাঙৰীয়া।

দুলিয়াজান শিবিৰত ইউনাইটেড চাবুৱা এফ. চি
30/01/2021

দুলিয়াজান শিবিৰত ইউনাইটেড চাবুৱা এফ. চি

দুৰ্দান্ত ৰণোৱা এজাক শিশু
07/01/2021

দুৰ্দান্ত ৰণোৱা এজাক শিশু

ন উদ্যমেৰে প্ৰগতিশীল চিন্তাৰে ইউনাইটেড চাবুৱা এফ চি
25/11/2020

ন উদ্যমেৰে প্ৰগতিশীল চিন্তাৰে ইউনাইটেড চাবুৱা এফ চি

06/11/2020

চাবুৱাৰ কমুহাতৰ উদীপ্ত সংঘৰ খেল পথাৰত ৰাষ্ট্ৰীয় ফুটবল খেলুৱৈ জুলেন চৰ্বৰা ডাঙৰীয়াৰ প্ৰশিক্ষণ শিবিৰত ইউনাইটেড চাবুৱা এফ চিৰ স্বত্বাধিকাৰী পৰিচালক মহোদয় দিলিপ বড়া ডাঙৰীয়াই প্ৰশিক্ষণৰত শিশু খেলুৱৈ সকলৰ লগত মতবিনিময় কৰাৰ কিছু দৃশ্যাংশ

05/11/2020

সুধাকণ্ঠ ড° ভূপেন হাজৰিকা দেৱক তেখেতৰ মৃত্যু তিথিত ইউনাইটেড চাবুৱা এফ চি একাডেমীয়ে পুলুঙাৰ ত্ৰিনয়ন জ্যোতি সংঘৰ খেলপথাৰত প্ৰশিক্ষণৰত প্ৰশিক্ষাৰ্থী সকলে সুধাকন্ঠক গীতেৰে স্মৰন কৰাৰ এটি মহুত্বৰ দৃশ্যাংশ

Address

Chabua, A
Chabua
786184

Telephone

+918761921981

Website

Alerts

Be the first to know and let us send you an email when United Chabua F.C Academy posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to United Chabua F.C Academy:

Share