18/08/2026
ড্ৰিম ক্ৰিকেট একাডেমী,বকো ৰ ভাস্বত অধিকাৰী ৰ অন্য এক সাফল্য।15 বছৰীয়া অলৰাউণ্ডাৰ ভাস্বতে জে .কে বৰুৱা U 19 আন্ত জিলা ক্ৰিকেট প্ৰতিযোগিতা 2026-27(Plate Group) ত গোৱালপাৰা জিলা ৰ দলত স্থান লাভ কৰিবলৈ সক্ষম হয়।
লগতে একাডেমি ৰ খেলুৱৈ উপকূল দাস stand by ত অন্তৰ্ভুক্ত হবলৈ সক্ষম হয়।
দলৰ সমূহ খেলুৱৈ ক আমাৰ ফালৰ পৰা শুভেচ্ছা থাকিল।