Sontoli Football Academy

Sontoli Football Academy SKDSA Super Division League
U-13 District Champion
E-Zone Qualifiers

01/01/2026
Champions aren’t born, they’re built—one session, one sweat, one dream at a time❤️
08/12/2025

Champions aren’t born, they’re built—

one session, one sweat, one dream at a time❤️

When players take responsibility beyond the game, the team grows stronger. Proud of our academy boys for cleaning the fi...
24/11/2025

When players take responsibility beyond the game, the team grows stronger.

Proud of our academy boys for cleaning the field themselves.

09/11/2025

Road Race Session Today! 🏃‍♂️🔥

Our young footballers gave their best on the track — building stamina, speed, and team spirit! 💪⚽️

নতুন যাত্ৰাৰ আৰম্ভণি ⚽বয়স — ৪ বছৰ,কিন্তু সপোন —ডাঙৰ!সোণতলী ফুটবল একাডেমীৰ নতুন সদস্য❤️
08/11/2025

নতুন যাত্ৰাৰ আৰম্ভণি ⚽
বয়স — ৪ বছৰ,
কিন্তু সপোন —ডাঙৰ!
সোণতলী ফুটবল একাডেমীৰ নতুন সদস্য❤️

চাৰিটা বছৰ—পৰিশ্ৰম আৰু সফলতাৰ যাত্ৰা। সোণতলী ফুটবল একাডেমীয়ে খেলৰ ক্ষেত্ৰত নতুন প্ৰজন্ম গঢ়ি তোলাৰ উদ্দেশ্যে আগুৱাই গৈছে।...
28/10/2025

চাৰিটা বছৰ—পৰিশ্ৰম আৰু সফলতাৰ যাত্ৰা।

সোণতলী ফুটবল একাডেমীয়ে খেলৰ ক্ষেত্ৰত নতুন প্ৰজন্ম গঢ়ি তোলাৰ উদ্দেশ্যে আগুৱাই গৈছে।

সকলো খেলুৱৈ, অভিভাৱক আৰু সোণতলীবাসীক ধন্যবাদ, আপোনালোকৰ সহায়- সহযোগিতা নোপোৱা হ’লে এই যাত্ৰা কেতিয়াও সম্ভৱ নহলহেঁতেন।

02/10/2025

Unbelievable Shooting 🔥

আমাৰ অঞ্চলৰ নতুন প্ৰজন্মক ক্ৰীড়াৰ প্ৰতি আকৰ্ষিত কৰিবলৈ আৰু সোণতলী ফুটবল একাডেমীৰ ব্যাপকতা বৃদ্ধি কৰাৰ উদ্দেশে আজি চৈয়দা ...
28/08/2025

আমাৰ অঞ্চলৰ নতুন প্ৰজন্মক ক্ৰীড়াৰ প্ৰতি আকৰ্ষিত কৰিবলৈ আৰু সোণতলী ফুটবল একাডেমীৰ ব্যাপকতা বৃদ্ধি কৰাৰ উদ্দেশে আজি চৈয়দা আনোৱাৰা টাইমূৰ হাই স্কুলৰ ছাত্ৰ ছাত্ৰীক লগ কৰিলোঁ।
এই খিনি সুযোগ দিয়াৰ বাবে সন্মানীয় প্ৰধান শিক্ষক হজৰত আলী ছাৰলৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ।

Happy Independence day
15/08/2025

Happy Independence day

দক্ষিণ কামৰূপ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত ছয়গাঁওত ছুপাৰ ডিভিজন ফুটবল লীগসোণতলী ফুটবল একাডেমীৰ নৱজাগৰণ এফ চিৰ বিৰুদ্ধে ২...
11/08/2025

দক্ষিণ কামৰূপ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত ছয়গাঁওত ছুপাৰ ডিভিজন ফুটবল লীগ

সোণতলী ফুটবল একাডেমীৰ নৱজাগৰণ এফ চিৰ বিৰুদ্ধে ২:০ গোলত জয়।

Address

Mahtoli
Boko
781136

Alerts

Be the first to know and let us send you an email when Sontoli Football Academy posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

Category