Biswanath District Judo Association

Biswanath District Judo Association Judo an Olympic Sports

সু খবৰছত্তিশগড় ত চলি থকা ৰাষ্ট্ৰীয় CBSE East Far Zone Judo Championship ত আজি চতিয়া চেম্পিয়নচ্ মেকাৰ একাডেমীৰ অংশুমান ব...
07/08/2025

সু খবৰ

ছত্তিশগড় ত চলি থকা ৰাষ্ট্ৰীয় CBSE East Far Zone Judo Championship ত আজি চতিয়া চেম্পিয়নচ্ মেকাৰ একাডেমীৰ অংশুমান বৰাই তৃতীয় খন খেলত জয় লাভ কৰি ব্ৰঞ্জৰ পদক লাভ কৰে ।
অংশুমান চতিয়া ক্ৰীড়া সংস্থাৰ সন্মানীয় সভাপতি শ্ৰীযুত সৰোজ বৰা দেৱৰ একমাত্ৰ পুত্ৰ ।
অভিনন্দন অংশুমান 💐💐💐

যোৱা ৫ আগষ্টৰ পৰা ছত্তীশগড় ত চলি থকা CBSE (Central Board of Secondary Education) ৰ ৰাষ্ট্ৰীয় Far East Zone Judo Champio...
06/08/2025

যোৱা ৫ আগষ্টৰ পৰা ছত্তীশগড় ত চলি থকা CBSE (Central Board of Secondary Education) ৰ ৰাষ্ট্ৰীয় Far East Zone Judo Championship ত বিশ্বনাথ জিলা জুডো সংস্থাৰ খেলুৱৈ ভূমিস্থা দাসে সোন পদক আৰু দেৱাৰ্পন মেধীয়ে জয় কৰে ব্ৰঞ্জ পদৰ।
দুয়োৰে সফলতাত আমি জিলা সংস্থাৰ হৈ আন্তৰিক অভিনন্দন জনালোঁ 💐

(Judo an Olympic Sports)

বিশ্বনাথ জিলা জুডো সংস্থাৰ তৰফৰ পৰা ৰাজ‍্যিক সংস্থাৰ সকলো সন্মানীয় বিষয়ববীয়া তথা সকলো প্ৰশিক্ষকলৈ অসম জুডো দিৱসৰ আন্তৰিক...
15/04/2025

বিশ্বনাথ জিলা জুডো সংস্থাৰ তৰফৰ পৰা ৰাজ‍্যিক সংস্থাৰ সকলো সন্মানীয় বিষয়ববীয়া তথা সকলো প্ৰশিক্ষকলৈ অসম জুডো দিৱসৰ আন্তৰিক শুভকামনা জনালো ।
অসমত জুডোৰ পৰিচয় দাতা তথা উত্তৰ-পূব ভাৰত জুডোৰ পিতামহ সন্মানীয় শ্ৰীযুত বানীবৰ্ত দাস ছাৰক জন্ম দিনৰ আন্তৰিক শুভকামনা জনাই ছাৰৰ সুস্বাস্থ্য আৰু দীর্ঘায়ু কামনা কৰি ভগৱানৰ ওচৰত প্রার্থনা জনালোঁ।
লগতে অসমীয়া নৱবৰ্ষ আৰু ৰঙালী বিহুৰ হিয়াভৰা ওলগ যাচিলো।

বিশ্বনাথ জিলা জুডো সংস্থাৰ তৰফৰ পৰা Sangai Cup Judo Tournament ত পদক বিজয়ী সকলোলৈকে আন্তৰিক অভিনন্দন জনালোঁ 💐💐
19/03/2025

বিশ্বনাথ জিলা জুডো সংস্থাৰ তৰফৰ পৰা Sangai Cup Judo Tournament ত পদক বিজয়ী সকলোলৈকে আন্তৰিক অভিনন্দন জনালোঁ 💐💐

18/03/2025

মনিপুৰত আজি সফল সমাপ্তি হোৱা SANGAI CUP JUDO TOURNAMENT সদৌ অসম জুডো সংস্থাৰ নেতৃত্বত যোৱা অসম জুডো দলৰ বিশ্বনাথ জিলাৰ চতিয়া চেম্পিয়নচ্ মেকাৰ একাডেমীৰ খেলুৱৈ গীতাৰ্থ কলিতাই ৰূপৰ পদক জয় কৰিবলৈ সক্ষম হয়।
আমি পদক বিজয়ী গীতাৰ্থলৈ আন্তৰিক অভিনন্দন জনালোঁ 💐💐

18/03/2025

মনিপুৰত আজি সফল সমাপ্তি হোৱা SANGAI CUP JUDO TOURNAMENT সদৌ অসম জুডো সংস্থাৰ নেতৃত্বত যোৱা অসম জুডো দলৰ বিশ্বনাথ জিলাৰ চতিয়া চেম্পিয়নচ্ মেকাৰ একাডেমীৰ খেলুৱৈ এনিশা আখটাৰ আহমেদে ব্ৰঞ্জৰ পদক জয় কৰিবলৈ সক্ষম হয়।
আমি পদক বিজয়ী এনিশালৈ আন্তৰিক অভিনন্দন জনালোঁ 💐💐

18/03/2025

মনিপুৰত আজি সফল সমাপ্তি হোৱা SANGAI CUP JUDO TOURNAMENT সদৌ অসম জুডো সংস্থাৰ নেতৃত্বত যোৱা অসম জুডো দলৰ বিশ্বনাথ জিলাৰ চতিয়া চেম্পিয়নচ্ মেকাৰ একাডেমীৰ খেলুৱৈ ফাৰহানা আহমেদে ৰূপৰ পদক জয় কৰিবলৈ সক্ষম হয়।
আমি পদক বিজয়ী ফাৰহানালৈ আন্তৰিক অভিনন্দন জনালোঁ 💐💐💐

16/03/2025

মনিপুৰত আজিৰে পৰা আৰাম্ভ হোৱা SANGAI CUP JUDO TOURNAMENT সদৌ অসম জুডো সংস্থাৰ নেতৃত্বত যোৱা অসম জুডো দলৰ বিশ্বনাথ জিলাৰ চতিয়া চেম্পিয়নচ্ মেকাৰ একাডেমীৰ খেলুৱৈ শংকৰীতা দাসে ব্ৰঞ্জৰ পদক জয় কৰিবলৈ সক্ষম হয়।

আমি পদক বিজয়ী শংকৰীতালৈ আন্তৰিক অভিনন্দন জনালোঁ 💐💐

ত্ৰিপুৰা ৰাজ্যৰ ৰাজধানী আগৰতলাত অনুস্থিত হবলগীয়া ৬৮ সংখ্যক ৰাষ্ট্ৰীয় স্কুল গেমছৰ বাবে ১৭ বছৰৰ অনুৰ্ধৰ অসম জুডো দলত বিশ্ব...
10/12/2024

ত্ৰিপুৰা ৰাজ্যৰ ৰাজধানী আগৰতলাত অনুস্থিত হবলগীয়া ৬৮ সংখ্যক ৰাষ্ট্ৰীয় স্কুল গেমছৰ বাবে ১৭ বছৰৰ অনুৰ্ধৰ অসম জুডো দলত বিশ্বনাথৰ পৰা দুই খেলুৱৈ জিমলি বড়ো আৰু চনী বৰা আজি আগৰতলা অভিমুখে ৰাওনা হৈছে । অহা ১২ ডিচেম্বৰৰ পৰা ১৫ ডিচেম্বৰলৈ চলিব এই প্ৰতিযোগিতা ।
জিমলি জামুগুৰিহাটৰ Saptarshi Vidyalaya আৰু চনী কুসুমটোলাৰ Kusumtola Anchalik H.S. ত অধ্যয়ন কৰি আছে । দুয়ো চেম্পিয়নছ মেকাৰ একাডেমী চতিয়া শাখাৰ নিয়মীয়া জুডো শিক্ষাৰ্থী ।
আমাৰ সকলোৰে তৰফৰ পৰা দুয়োৰে লগতে অসম দলৰ সমূহ খেলুৱৈ প্ৰশিক্ষকলৈ আন্তৰিক শুভকামনা জনালোঁ ।

পাঞ্জাৱৰ  লুধিয়ানাত অনুস্থিত হব লগীয়া ৬৮ সংখ্যক ৰাষ্ট্ৰীয় স্কুল গেমছৰ বাবে ১৯ বছৰৰ অনুৰ্ধৰ অসম জুডো দলত বিশ্বনাথৰ পৰা এ...
09/12/2024

পাঞ্জাৱৰ লুধিয়ানাত অনুস্থিত হব লগীয়া ৬৮ সংখ্যক ৰাষ্ট্ৰীয় স্কুল গেমছৰ বাবে ১৯ বছৰৰ অনুৰ্ধৰ অসম জুডো দলত বিশ্বনাথৰ পৰা এনিশা আখতাৰ আহমেদ ৰাওনা । অহা ১১ ডিচেম্বৰৰ পৰা ১৭ ডিচেম্বৰলৈ চলিব এই প্ৰতিযোগিতা ।
বিশ্বনাথ মহাবিদ্যালয়ত অধ্যয়ন কৰি থকা এনিশা চেম্পিয়নছ মেকাৰ একাডেমীৰ নিয়মীয়া খেলুৱৈ ।
বিশ্বনাথ জিলা জুডো সংস্থাৰ তৰফৰ পৰা এনিশাৰ লগতে অসম দলৰ সমূহ খেলুৱৈ প্ৰশিক্ষকলৈ আন্তৰিক শুভকামনা জনালোঁ ।

“Biswanath”Overall Team Champion 34th Inter District Judo Championship 2024-25
29/10/2024

“Biswanath”
Overall Team Champion
34th Inter District Judo Championship 2024-25

Address

Champions Maker Academy, Biswanath
Biswanath Chariali
784176

Website

Alerts

Be the first to know and let us send you an email when Biswanath District Judo Association posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

Category