HD MUSIC MEDIA

HD MUSIC MEDIA The page main views are to entertain with music, Songs,in Assamese, Bengali, Hindi,and other religio

আজি 21/3/2025 ই‌ং তাৰিখত ময়নবৰী, শংকৰ -আজান স্মৃতি সংঘৰ সদস্য সকলোৰ অনুৰোধত ৯ নং বৰভিটা চতলা জিলা পৰিষদৰ সদস্য পদৰ আগন্ত...
21/03/2025

আজি 21/3/2025 ই‌ং তাৰিখত ময়নবৰী, শংকৰ -আজান স্মৃতি সংঘৰ সদস্য সকলোৰ অনুৰোধত ৯ নং বৰভিটা চতলা জিলা পৰিষদৰ সদস্য পদৰ আগন্তক নিৰ্বাচনৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ পৰা টিকট প্রত্য‌াশী যুৱ নেতা মাননীয় আব্দুল আৱাল চাহাবে, মইনবৰী অঞ্চলৰ পশ্চিম দেউলদী গাঁওৰ আমিনুল ইচলামৰ লৰা শ্বৰিফুল ইচলামে কেন্সাৰ ৰোগত চিকিৎসাৰত অৱস্থাত থকা ফকৰ উদ্দিন আলী আহমেদ চিকিৎসালয়ত সাক্ষাৎ কৰিবলৈ যায়। সাক্ষাৎ কৰি বেমাৰৰ বুজ লয় আৰু শকত ধনৰ টোপোলা আগবঢ়াই ৰোগীৰ চিকিৎসা কত কেনেকৈ কৰিলে ভাল ফল পোৱা যাব সেই বিষয়ে আলোচনা কৰি ভাল পৰামৰ্শ আগবঢ়ায়।

Shariful Islam,, age 14year,, s/o, Animal Hoque, village,  paschim Deuldi, p,o,,deuldi, PS, Kalgachia, dist,,barpeta Ass...
17/03/2025

Shariful Islam,, age 14year,, s/o, Animal Hoque, village, paschim Deuldi, p,o,,deuldi, PS, Kalgachia, dist,,barpeta Assam, phone no 9101752173..মোৰ লৰা শ‌্বরিফুল ইছলাম যোৱা বছৰৰ মে' মাহৰ পৰা blood Cancer রোগত আক্ৰান্ত হৈ বৰ্তমান গুৱাহাটীত Dr P,K, Gogoi,,, hematologist র ওচৰত চিকিৎসাধীন অৱস্থাত আছে। মই এজন আৰ্থিক দূৰ্বল পিতা হোৱাৰ বাবেই লৰা জনর ভবিষ্যত ভাল দৰে জীয়াই থাকক এই আশা নেদেখাজনৰ ওচৰত কৰিলো। আৰু আপোনালোকর ওচৰত দো‌ৱা ও আশীৰ্বাদ বিচারিলো লগতে মোৰ phone pay scene,,,, ত আৰ্থিক সাহাৰ্য্য সহায়র হাত আগবঢ়াই যেন।

26/10/2024

গান:-বড় আশা ছিলো বাধবো সুখেৰ ঘৰ।Bangla New song
Singer:- Mustafizur Rahman
This Song Composed & Lyrics by Zahedul sir.

28/09/2024

গান:- মইনবৰীৰ চ্যাংৰা বন্ধুয়া ৰে।
কণ্ঠ:- জাকিৰ/ৰেহেনা।
Composed by Zahedul islam....

24/09/2024

গান:- মানুষ স্বার্থ থাকলে হইরে আপোন।
কণ্ঠ:- মোস্তাফিজুৰ ৰহমান।
This Song Composed & Lyrics by Zahedul islam Sir...

21/09/2024

গান:- ফেৰিওয়ালা।
কণ্ঠ:- জাকিৰ/ৰেহেনা

10/09/2024

গান:- চলো দেওৰা যাই পালাইয়া।
কণ্ঠ:-ৰেহেনা/জাকিৰ
Please follow...

01/09/2024

Address

Barpeta

Alerts

Be the first to know and let us send you an email when HD MUSIC MEDIA posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share