Barpeta Yoga Kendra

Barpeta Yoga Kendra ৰূপম ওজা, যোগ প্ৰশিক্ষক ক্ৰীড়া‌ আৰু যুৱ কল্যাণ সঞ্চালকালয়, অসম ।

ইতিমধ্যেই আমাৰ ক্লাছ আৰম্ভ হৈ গৈছে গতিকে কোনোবাই যদি এতিয়াও যোগদান কৰিম বুলি ভাবি আছে অতি সোনকালে যোগাযোগ কৰক । ইতিমধ্য...
03/09/2026

ইতিমধ্যেই আমাৰ ক্লাছ আৰম্ভ হৈ গৈছে গতিকে কোনোবাই যদি এতিয়াও যোগদান কৰিম বুলি ভাবি আছে অতি সোনকালে যোগাযোগ কৰক । ইতিমধ্যেই বহুসংখকে আমাৰ লগত ফোন কল যোগে নাভাৰ্তি কৰিছে । কাৰণ তেওঁলোকে জনাইছে যে এতিয়া বেছিসংখক ছাত্ৰ ছাত্ৰীৰে Half Yearly exam ৰ সময় । গতিকে যদিহে আপোনালোকৰো তেনেকুৱা কিবা সমস্যা থাকে তেনেহলে ফোন কল যোগে নামভৰ্তি কৰি থব পাৰিব । ধন্যবাদ 🙏

11/08/2026

*শুভসংবাদ*
বৰপেটা যোগ কেন্দ্ৰ এতিয়া এক নতুন ৰূপত নতুন উদ্যোগত ।
বৰপেটা যোগ কেন্দ্ৰই এক নতুন ৰূপত যোগাভ্যাসৰ সুবিধা আৰম্ভ কৰিছে।
এতিয়া সুস্থ শৰীৰ, শান্ত মন আৰু উন্নত জীৱনশৈলীৰ বাবে যোগাভ্যাস কৰাৰ সুযোগ উপলব্ধ — বৰপেটা যোগ কেন্দ্ৰযোগৰ জৰিয়তে নিজকে সুস্থ আৰু সমৃদ্ধ জীৱনৰ দিশে আগবঢ়াওঁ আহক । এতিয়া প্ৰাপ্তবস্কসকলক আৰু শিশু সকলৰ ক্লাছবোৰ সুকীয়া কৰি দিয়া হৈছে । শিশু সকলৰ যোগৰ উপৰিও আবৃত্তি আৰু আন আন কিছুমান কলাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হব। সময়ে সময়ে পৰীক্ষা অনুষ্ঠিত কৰা হব আৰু পৰীক্ষাত উৰ্ত্তীণ হোৱাৰ পিছত যোগ্য মানপত্ৰ দিয়াৰ ব্যৱস্থা কৰা হব । আপুনি ও আহক লগতে আপোনাৰ শিশুটিক ও লৈ আহক । এতিয়া বিনামূলীয়া নামভৰ্তি চলি আছে, এই সুযোগ কেৱল মাত্ৰ ৩১ আগষ্ট ২০২৬ লৈ থাকিব ।
যোগাযোগৰ নং - 9706378462/9365272622

admission open
07/02/2026

admission open

07/07/2025

Kids YOGA

06/06/2025
Yogasana practis time at Barpeta Yoga Kendra.
10/03/2025

Yogasana practis time at Barpeta Yoga Kendra.


29/01/2025

৭৬ সংখ্যক গণৰাজ্য দিৱস উপলক্ষে বৰপেটা যোগ কেন্দ্ৰৰ পৰা পৰিবেশন কৰা এটি yoga demonstration

27/01/2025

৭৬ সংখ্যক গণৰাজ্য দিৱস উপলক্ষে বৰপেটা যোগ কেন্দ্ৰৰ পৰা পৰিবেশন কৰা যোগ প্ৰদৰ্শন।

Koro Yog Raho Nirog
12/12/2024

Koro Yog Raho Nirog

Address

Barpeta Town
Barpeta

Website

Alerts

Be the first to know and let us send you an email when Barpeta Yoga Kendra posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category