Navamilan jatiya vidyalaya, Bilashi para

Navamilan jatiya vidyalaya, Bilashi para আশা কৰো ই এদিন জিলিকিব পল্লা নদীৰ সেউজ বুলীয়া পাৰত

18/11/2025

নৱমিলন জাতীয় বিদ্যালয়ৰ পৰিয়ালৰ পৰা
জুবিন গাৰ্গ দেৱলৈ জন্ম দিনৰ ওলগ জনালোঁ।.....

🤲 Time
09/10/2025

🤲 Time

নৱমিলন জাতীয় বিদ্যালয়ৰ 2025-26 ইং শিক্ষা বৰ্ষৰ প্ৰথম গোট পৰীক্ষাৰ আজি শুভাৰম্ভণি..
24/06/2025

নৱমিলন জাতীয় বিদ্যালয়ৰ 2025-26 ইং শিক্ষা বৰ্ষৰ প্ৰথম গোট পৰীক্ষাৰ আজি শুভাৰম্ভণি..

আজি নৱমিলন জাতীয় বিদ্যালয়ৰ 2025-26 বৰ্ষৰ নতুন উদ্ধমেৰে পাঠদানৰ শুভ আৰম্ভ হয়। গতিকে সমূহ ৰাইজৰ দুৱা আৰু আশীৰ্বাদ বিচাৰ...
08/04/2025

আজি নৱমিলন জাতীয় বিদ্যালয়ৰ 2025-26 বৰ্ষৰ নতুন উদ্ধমেৰে পাঠদানৰ শুভ আৰম্ভ হয়। গতিকে সমূহ ৰাইজৰ দুৱা আৰু আশীৰ্বাদ বিচাৰিছোঁ।

08/04/2025

আজি নৱমিলন জাতীয় বিদ্যালয়ৰ 2025-26 বৰ্ষৰ নতুন উদ্ধমেৰে পাঠদানৰ শুভ আৰম্ভ হয়। গতিকে সমূহ ৰাইজৰ দুৱা আৰু আশীৰ্বাদ বিচাৰিছোঁ।

2025-26 ইং শিক্ষা বৰ্ষৰ নাম ভৰ্তিকৰণ চলি আছে।
17/03/2025

2025-26 ইং শিক্ষা বৰ্ষৰ নাম ভৰ্তিকৰণ চলি আছে।

27/02/2025
14/02/2025

2025 ইং শিক্ষাবৰ্ষৰ সকলো শিক্ষাৰ্থীক নৱমিলন জাতীয় বিদ্যালয়ৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা থাকিল।

আজি হৈ যোৱা অসম সাহিত্য সভাৰ পাঠশালা (বজালী) অধিবেশনত আকস্মিক বক্তৃতা প্ৰতিযোগিতাত নৱমিলন জাতীয় বিদ্যালয়ৰ পৰা Mahmudul...
01/02/2025

আজি হৈ যোৱা অসম সাহিত্য সভাৰ পাঠশালা (বজালী) অধিবেশনত আকস্মিক বক্তৃতা প্ৰতিযোগিতাত নৱমিলন জাতীয় বিদ্যালয়ৰ পৰা Mahmudul Hassan ক্লাছ (ix)আৰু Sanowar Hussain ক্লাছ (viii) দুয়োজনে ক্ৰমে (ক) আৰু (খ) শাখাত তৃতীয় স্থান পাবলৈ সক্ষম হয়।অভিনন্দন থাকিল দুয়োলৈ, আমাৰ বিদ্যালয় তথা আমাৰ অঞ্চললৈ গৌৰৱ কঢ়িয়াই অনাৰ বাবে। লগতে উজ্জল ভৱিষ্যত কামনা কৰিলোঁ।

31/01/2025

🤲সকলোৱে দোৱা কৰিব নৱমিলন জাতীয় বিদ্যালয়ৰ এই 👇🏻 ছাত্ৰ-ছাত্ৰীবোৰে অহা 15-02-2025 ইং তাৰিখৰ পৰা মেট্ৰিক পৰীক্ষা দিবলৈ গৈ আছে।

Address

Bilashi Para, Barpeta Road
Barpeta Road
781315

Telephone

8486092552

Website

Alerts

Be the first to know and let us send you an email when Navamilan jatiya vidyalaya, Bilashi para posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share