যুৱক সংঘ যোৰহটীয়া গাওঁ। বৰপথাৰ টাউন

  • Home
  • India
  • Barpathar
  • যুৱক সংঘ যোৰহটীয়া গাওঁ। বৰপথাৰ টাউন

যুৱক সংঘ যোৰহটীয়া গাওঁ। বৰপথাৰ টাউন Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from যুৱক সংঘ যোৰহটীয়া গাওঁ। বৰপথাৰ টাউন, Sports, gulaghat, Barpathar.

প্রতিযোগিতাখনি  আয়োজনৰ দিশত আপোনাৰ/আপোনালোকৰ সু দিহা-পৰামর্শ, সহায়-সহযোগিতা আৰু প্রতিযোগিতাৰ তিনিওটা দিনতে উপস্থিতি আন্ত...
02/12/2025

প্রতিযোগিতাখনি আয়োজনৰ দিশত আপোনাৰ/আপোনালোকৰ সু দিহা-পৰামর্শ, সহায়-সহযোগিতা আৰু প্রতিযোগিতাৰ তিনিওটা দিনতে উপস্থিতি আন্তৰিকতাৰে কামনা কৰি নিমন্ত্রণ জনালো। ইতি।

ধন্যবাদ🙏

সৰুপথাৰ সমজিলা ভিত্তিত বৰপথাৰ যোৰহটীয়া গাওঁ যুৱক সংঘৰ উদ্যোগতচতুর্থ বার্ষিক১৫ বছৰ অনুর্দ্ধ আৰু মুকলিদ্বৈত বেডমিণ্টন প্রত...
01/12/2025

সৰুপথাৰ সমজিলা ভিত্তিত বৰপথাৰ যোৰহটীয়া গাওঁ যুৱক সংঘৰ উদ্যোগত

চতুর্থ বার্ষিক

১৫ বছৰ অনুর্দ্ধ আৰু মুকলি

দ্বৈত বেডমিণ্টন প্রতিযোগিতা

দিনাংক: ১৬, ১৭ আৰু ১৮ ডিচেম্বৰ ২০২৫ চন
স্থান: যোৰহটীয়া গাওঁ,৪ নং ৱাৰ্ ড (বৰপথাৰ নগৰ)

১) প্রথম পুৰস্কাৰ: নগদ ১০,০০০ টকা মানপত্ৰ আৰু ট্রফী
২) দ্বিতীয় পুৰস্কাৰ: নগদ ৬,০০০ টকা মানপত্ৰ ৰ আৰু ট্রফী
৩) তৃতীয় পৰস্কাৰঃ নগদ ৩,০০০ টকা মানপত্ৰ আৰু ট্রফী ৪)
শ্রেষ্ঠ খেলুবৈ: নগদ ২,০০০ টকা মানপত্ৰ আৰু ট্রফী

(১৫ বছৰ অনুর্দ্ধ)

১) প্রথম পুৰস্কাৰ: নগদ ৩,০০০ টকা মানপত্ৰ আৰু ট্রফী
২) দ্বিতীয় পৰস্কাৰ: নগদ ১,৫০০ টকা মানপত্ৰ ৰ আৰু ট্রফী
৩) তৃতীয় পুৰস্কাৰঃ নগদ ১,০০০ টকা মানপত্ৰ আৰু ট্রফী

Contact No: 7002612660 / 9678762010

Address

Gulaghat
Barpathar
785602

Website

Alerts

Be the first to know and let us send you an email when যুৱক সংঘ যোৰহটীয়া গাওঁ। বৰপথাৰ টাউন posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category