09/11/2025
নাজিৰা মঠিয়াছিগাৰ ৰাজমাও স্কুলৰ খেলপথাৰত যোৱা ০৮/১১/২০২৫ এদিনীয়াকৈ অনুষ্ঠিত কৰা অনুৰ্ধ্ব ১৩ বছৰ day-night ফুটবল খেলখনত আমাৰ ভোগবাৰী ফুটবল একাডেমী দলটোৱে চূড়ান্ত খেলত বিজয়ী হবলৈ সক্ষম হয়।প্ৰতিযোগিতাখনত মুঠ 12 টা দলে অংশগ্ৰহণ কৰিছিল।