Dr AP FC

Dr AP FC Football Club. On this field, we write our own stories. Join the journey!

02/08/2026

Final match

22/07/2026

Semi final match
Dr AP FC vs GENNEXT FC
3-2. Back to back Dr. AP FC

17/07/2026

সফলতাৰ পাছত অভিনন্দন জনোৱা মানুহ বহুত পাবা, কিন্তু বিফলতাৰ মাজত কাষত মাত্ৰ এজনক পাবা আৰু সেইজন স্বয়ং তুমি নিজেই। পৰিস্থিতি যিয়েই নহওঁক, নিজৰ ওপৰত বিশ্বাস ৰখক।🏃💚

15/07/2026

RHINO CUP (2nd EDITION)
BORPOMUA STUDIUM
LION FC vs Dr AP FC
0-1 win

RHINO CUP                      (2nd EDITION)LION FC vs Dr AP FC(0-1)
15/07/2026

RHINO CUP (2nd EDITION)
LION FC vs Dr AP FC
(0-1)

RISING YOUTH CLUB FOOTBALL TOURNAMENT, DJ FC vs Dr. AP FC (Won 2 - 4)
16/12/2025

RISING YOUTH CLUB FOOTBALL TOURNAMENT, DJ FC vs Dr. AP FC
(Won 2 - 4)

আজিৰ দিনটোত পূব তেলাহী গাঁও পঞ্চায়তৰ অন্তৰ্গত বিনামূলীয়া পুথি বিতৰণ কাৰ্যসূচীত উপস্থিত থাকিবলৈ সুযোগ লাভ কৰিলো । বিভিন্...
22/11/2025

আজিৰ দিনটোত পূব তেলাহী গাঁও পঞ্চায়তৰ অন্তৰ্গত বিনামূলীয়া পুথি বিতৰণ কাৰ্যসূচীত উপস্থিত থাকিবলৈ সুযোগ লাভ কৰিলো । বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে আৰু যিসকল প্ৰাৰ্থী বিভিন্ন পৰীক্ষাত অৱতীৰ্ণ হ'বলৈ সাজু হৈ আছে, তেওঁলোকৰ লাভৰ বাবে আয়োজন কৰা এই পদক্ষেপ সত্যেই প্ৰশংসনীয়।

ড° অসিন্তা পেগু ছাৰে নিজৰ অধ্যবসায়, ধৈৰ্য্য আৰু কঠোৰ পৰিশ্ৰমৰে এগৰাকী সফল চিকিৎসক হিচাপে নিজকে প্রতিষ্ঠা কৰাৰ পিছত পুনৰো শিক্ষাৰ্থীবৃন্দৰ উন্নয়নৰ বাবে আগুৱাই অহা সত্যেই অনুকৰণীয় । নতুন প্ৰজন্মক সঠিক পথ দেখুৱাই, স্বপ্নৰ দিশে আগুৱাই নিয়াৰ পথ প্ৰদৰ্শন কৰি তেওঁৰ সমাজত এটা গৌৰৱজনক পৰিচয় দিয়া পদক্ষেপটো বিশেষ ধন্যবাদৰ যোগ্য।

এই ক্ষেত্ৰৰ উদীয়মান ছাত্র-ছাত্রীসকলক সক্ষম, সচেতন আৰু সফল নাগৰিক হিচাপে গঢ়ি তুলিবলৈ ড° পেগু ছাৰৰ এই মহান উদ্যোগত আমি সকলোয়ে হৃদয়ৰ গভীৰৰ পৰা কৃতজ্ঞতা জ্ঞাপন কৰোঁ। এজন সমাজ-চিন্তক, পথপ্রদৰ্শক আৰু দায়িত্বশীল ব্যক্তিৰ ভূমিকা পালন কৰি তেওঁ অঞ্চলটোক এটা উজ্জ্বল উদাহৰণ প্ৰদান কৰিছে।

এই পবিত্ৰ উদ্যোগটোৰ সফলতা কামনা কৰিলো । আমাৰ অন্তৰৰ নবীন কৃতজ্ঞতা সহ ড° অসিন্তা পেগু ছাৰক ধন্যবাদ জ্ঞাপন কৰিছো , জন-কল্যাণৰ এই অভিযাণ আগলৈও অব্যাহত থাকক।

Dr. AP FC
16/11/2025

Dr. AP FC

Address

North Lakhimpur

Website

Alerts

Be the first to know and let us send you an email when Dr AP FC posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share