Runwith Doley 0.2

Runwith Doley 0.2 �� Mohadev �

        যদি ভাললগাবোৰ এদিন অশান্তিকৰ স্মৃতি হ'ব বুলি জানিলো হয় তেতিয়া তোমাক লৈ সপোন কাহিনিও নেদেখিলো হয়...
22/07/2026




যদি ভাললগাবোৰ এদিন অশান্তিকৰ স্মৃতি হ'ব বুলি জানিলো হয় তেতিয়া তোমাক লৈ সপোন কাহিনিও নেদেখিলো হয়...

NEET পৰীক্ষাত জোনাই অঞ্চলৰ মেধাৱী ছাত্ৰ-ছাত্ৰীসকলে সুখ্যাতিৰে উত্তীৰ্ণ হৈ অঞ্চলটোৰ লগতে সমগ্ৰ সমাজলৈ গৌৰৱ কঢ়িয়াই আনিছে...
17/07/2026

NEET পৰীক্ষাত জোনাই অঞ্চলৰ মেধাৱী ছাত্ৰ-ছাত্ৰীসকলে সুখ্যাতিৰে উত্তীৰ্ণ হৈ অঞ্চলটোৰ লগতে সমগ্ৰ সমাজলৈ গৌৰৱ কঢ়িয়াই আনিছে। এই সাফল্যৰ বাবে সকলো উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীলৈ আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিলোঁ💐
ভৱিষ্যতেও চিকিৎসা শিক্ষাৰ ক্ষেত্ৰত অধিক সফলতা লাভ কৰি সমাজ তথা জাতিক সেৱা আগবঢ়াব বুলি আন্তৰিক আশা ৰাখিছোঁ💐



অজস্ৰ মানুহৰ প্ৰয়োজন নাই বিশ্বাসযোগ্য মানুহ কেইজনমান থাকিলে যথেষ্ট জীৱনত সুখত থাকিবলৈ.....👍👍🥹Ratul Pegu Bhaskar Doley M...
15/06/2026

অজস্ৰ মানুহৰ প্ৰয়োজন নাই বিশ্বাসযোগ্য মানুহ কেইজনমান থাকিলে যথেষ্ট জীৱনত সুখত থাকিবলৈ.....👍👍🥹

Ratul Pegu Bhaskar Doley Musumi Pegu Mising Ko Uma Pegu Mou Chak




02/06/2026

JD fitness clubৰ উদ্যোগত দৌৰ প্রতিযোগিতা অনুষ্ঠিত কৰা হয়।
North Lakhimapur (A. Team field)
Musumi Pegu Mising Ko

29/05/2026

জীৱন সংগ্ৰাম 🪖🥷👮⚔️

Monish Doley Assam Police Running Group Ratul Pegu Mising Ko Mou Chak

Address

G NC
North Lakhimpur

Website

Alerts

Be the first to know and let us send you an email when Runwith Doley 0.2 posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category