Pub Nalbari Coaching Centre

Pub Nalbari Coaching Centre Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Pub Nalbari Coaching Centre, Sport & recreation, Vill. Jajiabari. P. O. Nankarbhaira. Dist. Nalbari, Nalbari.

আন্তঃ জিলা চাৱ জুনিয়ৰ ভলীবল প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ খেলুৱৈ তথা প্ৰাক্তন ৰাষ্ট্ৰীয় পৰ্যায়ৰ সুদক্ষ ভলীবল খেলুৱৈ কুলেন মজুমদাৰ...
25/08/2025

আন্তঃ জিলা চাৱ জুনিয়ৰ ভলীবল প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ খেলুৱৈ তথা প্ৰাক্তন ৰাষ্ট্ৰীয় পৰ্যায়ৰ সুদক্ষ ভলীবল খেলুৱৈ কুলেন মজুমদাৰ সম্পৰ্কে আজি আমাৰ প্ৰতিবেদন।

তেজপুৰ পলো ফিল্ডলৈ আমি। আজিৰে পৰাই আৰম্ভ হৈছে ব্ৰহ্মপুত্ৰ ভলীবল লীগৰ পঞ্চম সংস্কৰণৰ চুপাৰ লীগৰ খেলসমূহ । ইতিমধ্যে বিশ্ব ...
23/01/2025

তেজপুৰ পলো ফিল্ডলৈ আমি। আজিৰে পৰাই আৰম্ভ হৈছে ব্ৰহ্মপুত্ৰ ভলীবল লীগৰ পঞ্চম সংস্কৰণৰ চুপাৰ লীগৰ খেলসমূহ । ইতিমধ্যে বিশ্ব ভলীবল সন্হাৰ সভাপতি মাননীয় ফেবিঅ মহোদয়ৰ লগতে কেইবাজনো অলিম্পিকত বটাঁ প্ৰাপক খেলুৱৈ উপস্থিত হৈছে। এনেধৰণৰ পৰিকল্পনাৰ বাবে ভাৰতীয় ভলীবল দলৰ প্ৰাক্তন অধিনায়ক ব্ৰহ্মপুত্ৰ ভলীবল লীগৰ জন্মদাতা অভিজিৎ ভট্টাচাৰ্য ডাঙৰীয়ালৈ অলেখ অযুত শুভ কামনা জনালোঁ।

অসম ভলীবল সন্হাৰ উদ্যোগত আৰু গোৱালপাৰা ক্ৰীড়া সন্হাৰ সহযোগত আজিৰে পৰাই গোৱালপাৰা মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত হৈছে  ৫৮ ...
27/12/2024

অসম ভলীবল সন্হাৰ উদ্যোগত আৰু গোৱালপাৰা ক্ৰীড়া সন্হাৰ সহযোগত আজিৰে পৰাই গোৱালপাৰা মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত হৈছে ৫৮ সংখ্যক আন্তঃ জিলা জুনিয়ৰ(ল'ৰা-ছোৱালী) ভলীবল চেম্পিয়নশ্বীপ।

28/04/2023
17/01/2022

Address

Vill. Jajiabari. P. O. Nankarbhaira. Dist. Nalbari
Nalbari
781369

Telephone

+917002271046

Website

Alerts

Be the first to know and let us send you an email when Pub Nalbari Coaching Centre posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Pub Nalbari Coaching Centre:

Share