24/08/2026
যোৱা কালি Rajabari খেল পথাৰত হৈ যোৱা RPL SEASON 3 ৰ ফাইনাল খেল খনত JARAMARI STAR CITY য়ে প্রথমে বেট কৰি SORO MULTIPURPOSE DHING ক ১২ অভাৰত ২১০ ৰাণৰ বিশাল লক্ষ্য বান্ধি দিছিলে। SORO MULTIPURPOSE য়ে ৮ উইকেটৰ বিনিময়ত ১৮৭ ৰান কৰিবলৈ সক্ষম হয় । আৰু JARAMARI STAR CITY 🌟 RPL SEASON 3 ৰ C.H.A.M.P.I.O.N হিচাপে পৰিগণিত হয়। JARAMARI PREMIER LEAGUE-JPL ফেচবুক পেইজৰ পৰা JARAMARI STAR 🌟 CITY ক অভিনন্দন আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো। ধন্যবাদ ।।