06/10/2025
আজি আমি শ্রদ্ধাঞ্জলি আঁচনি আৰম্ভ কৰিছোঁ। ইয়াৰ অধীনত শিক্ষা অথবা কর্মসুত্রে ৰাজ্যৰ বাহিৰত থকা কোনো অসম সন্তানৰ দুৰ্ভাগ্যজনক মৃত্যু হ'লে ৰাজ্য চৰকাৰে উল্লেখ কৰা হেল্পলাইনত অভিযোগ প্ৰাপ্ত কৰাৰ পাছত মৃতকক সন্মানজনকভাৱে অসমলৈ ঘূৰাই অনাটো নিশ্চিত কৰিব।
Today, we launched the scheme, under which, in the event of the unfortunate demise of any person from Assam outside the State, the State Govt, upon receiving a complaint in the mentioned helplines, will ensure a dignified return of the deceased back to Assam.