Hebeda Sports Club

Hebeda Sports Club Sports Club

29/08/2026
26/08/2026

⚡ ফাইনেলত হেবেদা স্পৰ্টছ ক্লাৱ!

লাংকাছি চাহ বাগিচাত চলি থকা দ্বিতীয় বাৰ্ষিক প্ৰাইজমানী ফুটবল প্ৰতিযোগিতাত দুৰ্দান্ত প্ৰদৰ্শনেৰে হেবেদা স্পৰ্টছ ক্লাৱে এই বৰ্ষটো ফাইনেলত প্ৰৱেশ কৰিছে! ⚽🏆
চূড়ান্ত বিজয়ৰ এই যাত্ৰাত আপোনালোকৰ সমৰ্থন আৰু আশীৰ্বাদ শিৰোগত।
আহক, খেলপথাৰত উপস্থিত হৈ আমাৰ খেলুৱৈসকলক উৎসাহিত কৰোঁ আৰু জয়ৰ অংশীদাৰ হওঁ! 💪❤️

15/08/2026
7 আগষ্ট 2026 তাৰিখে মাকুম গোপনাৰীত অনুষ্ঠিত প্ৰাইজমানী ফুটবল প্ৰতিযোগিতাৰ দ্বিতীয় ৰাউণ্ডত হেবেদা স্পৰ্টছ ক্লাৱে বাদৌচা ...
07/08/2026

7 আগষ্ট 2026 তাৰিখে মাকুম গোপনাৰীত অনুষ্ঠিত প্ৰাইজমানী ফুটবল প্ৰতিযোগিতাৰ দ্বিতীয় ৰাউণ্ডত হেবেদা স্পৰ্টছ ক্লাৱে বাদৌচা বিদ্যালয় ফুটবল দলৰ বিপক্ষে অৱৰ্তীণ হয়। অতি আকৰ্ষনীয় খেলখনত Pallab Chetia ৰ সুন্দৰ গ'লৰ জৰিয়তে হেবেদা স্পৰ্টচ ক্লাৱ বিজয়ী হয়।

04/08/2026

2 আগষ্ট 2026 তাৰিখে মাকুম গোপনাৰীত অনুষ্ঠিত প্ৰাইজমানী ফুটবল প্ৰতিযোগিতাৰ প্ৰথম ৰাউণ্ডত হেবেদা স্পৰ্টছ ক্লাৱে শিলিখা চাহ বাগিচা ফুটবল দলৰ বিপক্ষে অৱৰ্তীণ হয়। তীব্ৰ প্ৰতিদ্বন্দিতা মূলক খেলখনত বিষ্ণু লিম্বুৰ আকৰ্ষণীয় গলৰ জৰিয়তে হেবেদা স্পৰ্টচ ক্লাৱ বিজয়ী হয়।উল্লেখযোগ্য যে এয়া হেবেদা স্পৰ্টচ ক্লাবৰ 2026-27 বৰ্ষৰ প্ৰথমখন প্ৰতিযোগিতা।

Happy Birthday Hero...
04/03/2026

Happy Birthday Hero...

Address

Makum
786170

Website

Alerts

Be the first to know and let us send you an email when Hebeda Sports Club posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category