26/05/2025
বনগাঁও আঞ্চলিক ক্ৰিকেট ক্লাবৰ উদ্যোগ অনুস্থিত হোৱা আৰু স্বৰ্গীয় ঘনশ্যাম শইকীয়া আৰু স্বৰ্গীয় বিনালতা শইকীয়া ৰ সোঁৱৰণীত দাতা ডক্তৰ অমৃত শইকীয়া, ডক্তৰ আশা জ্যোতি শইকীয়া আৰু উত্তম শইকীয়া দেৱৰ সহযোগত অনুস্থিত হোৱা প্রাইজ মণি ক্ৰিকেট প্ৰতিযোগিতা
Bongaon Premier League
Season -1
২৫।০৫।২৭ তাৰিখে সফল সমাপ্তি হয়।
CHAMPIONS TEAM - AFALA BESAMORA
RUNNERS UP TEAM- BIHIMPUR
PARTICIPANTS TEAM - 12 AFALABESAMORA , BIHIMPUR,BONGAON ,DAKHINPAT,MUDOIGAON,KAMARGAON,SALMORA ,MEKHELIGAON,MISAMARI,2NO KARHALGAON,1NO KARHALGAON,POTIYORI PERABHARI
TOTAL MATCHES -27
আমি আয়োজক সমিতি পৰা দাতা পৰিয়ালত লগতে প্ৰতি দলক ধন্যৱাদ 🙏 আগলৈয়ো এনেকৈ সহায় আশা কৰিলো ।নেদেখাজনে আপোনালোকক ভালে ৰাখক।