Raaz Kashyap Deb

Raaz Kashyap Deb Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Raaz Kashyap Deb, Sikkim, KOLKATA.

আত্ম নিৰ্ভৰশীল ভাৰত গঢ়াৰ উদ্দেশ্যে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ডাঙৰীয়াই বীমা সখী নামেৰে ভাৰতৰ পিছ পৰি থকা HSLC ...
18/05/2026

আত্ম নিৰ্ভৰশীল ভাৰত গঢ়াৰ উদ্দেশ্যে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ডাঙৰীয়াই বীমা সখী নামেৰে ভাৰতৰ পিছ পৰি থকা HSLC পাছ কৰা মহিলাসকলক স্বাৱলম্বী কৰাৰ উদ্দেশ্যে এখন ৰাষ্ট্ৰীয় নিয়োগ আচনিৰ শুভাৰম্ভ কৰিছে। এই আচনিৰ লগত প্ৰত্যক্ষ ভাবে জৰিত হৈ এতিয়ালৈকে ২লাখ পৰিয়াল আত্ম নিৰ্ভৰ হৈছে।
আহক আমি এই আচনিৰ সুবিধা বোৰ জানি লও
১) মাহে কমেও ২০০০০ কমিচন।
২) মাহে ৭০০০ টকাৰ দৰমহা।
৩) সন্তানৰ পঢ়িবৰ বাবে শৈক্ষিক ঋণ(১০লাখ)।
৪)সুতবিহিন দুচকীয়া/চাৰিচকীয়া বাহন।
৫)বিনামূলীয়া বীমাৰ সুবিধা (১২লাখ)।
৬)বিনামূলীয়া স্বাস্থ্য বীমা (৬লাখ)।
৭)৫লাখ টকাৰ গ্ৰেচুইটিৰ সুবিধা।
৮) সুতবিহিন লেপটপ প্ৰদান।
৯) সুতবিহিন ফেষ্টিভেল এডভান্স।
১০)বিদেশ ভ্ৰমণৰ সুযোগ।

30/09/2024
19/08/2024
Training & Learning make you more strong 💪
26/06/2024

Training & Learning make you more strong 💪

মা তুমি অনন্য🧡
12/05/2024

মা তুমি অনন্য🧡

Address

Sikkim
Kolkata

Website

Alerts

Be the first to know and let us send you an email when Raaz Kashyap Deb posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share