Titabar District Karate-Do Association

Titabar District Karate-Do Association Titabar district karate.-do association is the only official dist. Sports association of Titabar for karate.-do under UKAA.

১৯ তম ৰাজ্যিক কাৰাটে প্ৰতিযোগীতাত কাটা শাখাত শায়ন্তন দত্তই অৰ্জন কৰে সোণ পদক।
13/05/2026

১৯ তম ৰাজ্যিক কাৰাটে প্ৰতিযোগীতাত কাটা শাখাত শায়ন্তন দত্তই অৰ্জন কৰে সোণ পদক।

03/05/2026
03/12/2025
ইউনিফাইড কাৰাটে সন্থা,অসমৰ  উদ্যোগত দেশ ভক্ত তৰুণ ৰাম ফুকন ইন্দোৰ ষ্টেডিয়ামত যোৱা ১৫ আৰু ১৬ নবেম্বৰত অনুষ্ঠিত হৈ যায় ১...
17/11/2025

ইউনিফাইড কাৰাটে সন্থা,অসমৰ উদ্যোগত দেশ ভক্ত তৰুণ ৰাম ফুকন ইন্দোৰ ষ্টেডিয়ামত যোৱা ১৫ আৰু ১৬ নবেম্বৰত অনুষ্ঠিত হৈ যায় ১৩ সংখ্যক উ'কা ৰাজ্যিক যুৱ কাপ
আৰু ২১ বছৰ অনুৰ্ধ্ব কাৰাটে প্ৰতিযোগীতা।
প্ৰতিযোগীতা খনিত তিতাবৰ দলে
১ টা সোণ ৫ টা ৰূপ আৰু ১ টা ব্ৰঞ্জৰ পদক সহ মুঠ ৭ টা পদক অৰ্জন কৰি তিতাবৰলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয়।
পদক প্ৰাপ্ত খেলুৱৈ সকল হল :
হিমাংশু শইকীয়া কুমিটে শাখাত সোণৰ পদক, শায়ন্তন দত্ত কাটা শাখাত ৰূপৰ পদক, ঈশানিকা হাজৰিকা কুমিটে শাখাত ৰূপৰ পদক, অচ্যুত তাঁতী কুমিটে শাখাত ৰূপৰ পদক, প্ৰিপাশ্ৰী ৰাজখোৱা কুমিটে শাখাত ৰূপৰ পদক, ৰূহান নৰহ কুমিটে শাখাত ৰূপৰ পদক, ৰামেশ্বৰ বাক্তি কুমিটে শাখাত ব্ৰঞ্জৰ পদক ।


#নিউজ

যোৱা ১০,১১আৰু  ১২ অক্টোবৰত নৰ্থ ইষ্ট  স্পৰ্টচ কাৰাটে ফেডাৰেচনৰ  উদ্যোগত অৰুণাচল প্ৰদেশৰ ইটানগৰৰ ইণ্ডিয়া ক্লাৱত অনুষ্ঠিত...
13/10/2025

যোৱা ১০,১১আৰু ১২ অক্টোবৰত নৰ্থ ইষ্ট স্পৰ্টচ কাৰাটে ফেডাৰেচনৰ উদ্যোগত অৰুণাচল প্ৰদেশৰ ইটানগৰৰ ইণ্ডিয়া ক্লাৱত অনুষ্ঠিত হৈ যোৱা চতুৰ্থ কীঅ উত্তৰ পূৱ মণ্ডল ৰাষ্ট্ৰীয় কাৰাটে প্রতিযোগিতাত তিতাবৰৰ পাঁচ গৰাকী খেলুৱৈয়ে পদক অৰ্জন কৰি ৰাজ্যৰ লগতে তিতাবৰলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয়।
পদকপ্রাপ্ত খেলুৱৈসকল হ'ল- শায়ন্তন দত্ত কাটা শাখাত সোণৰ পদক, প্ৰীয়ানুজ গগৈ কুমিটে শাখাত ৰূপৰ পদক, বেবী সোণোৱাল কুমিটে শাখাত ব্ৰঞ্জৰ পদক, তৃষ্ণা পায়েং কুমিটে শাখাত ব্ৰঞ্জৰ পদক, অচ্যুত তাঁতী কুমিটে শাখাত ব্ৰঞ্জৰ পদক।

Address

Jorhat
JORHAT

Telephone

9954387287

Website

Alerts

Be the first to know and let us send you an email when Titabar District Karate-Do Association posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share