Riyan Parag Fan's

Riyan Parag Fan's Assam

Riyan Parag won the Super Striker of the Match Award against Punjab Kings.❤️  |   |   |   |
06/04/2025

Riyan Parag won the Super Striker of the Match Award against Punjab Kings.❤️

| | | |

আজি আমাৰ ৰিয়ানে কিমান ৰান সংগ্ৰহ কৰিব বুলি ভাবে...?
22/05/2024

আজি আমাৰ ৰিয়ানে কিমান ৰান সংগ্ৰহ কৰিব বুলি ভাবে...?

এক দূৰ্দান্ত ইনিংছ সমাপ্ত কৰিলে বাটলাৰে।আই পি এল ইতিহাসৰ দ্বিতীয় বেছি শতক অৰ্জন কৰা খেলুৱৈ বাটলাৰ।সঁচাকৈয়ে এক অসাধাৰণ ...
16/04/2024

এক দূৰ্দান্ত ইনিংছ সমাপ্ত কৰিলে বাটলাৰে।
আই পি এল ইতিহাসৰ দ্বিতীয় বেছি শতক অৰ্জন কৰা খেলুৱৈ বাটলাৰ।
সঁচাকৈয়ে এক অসাধাৰণ মেচ খেলিলে বাটলাৰে।

অসম সন্তান ৰিয়ান পৰাগৰ আজিৰ খেল।
16/04/2024

অসম সন্তান ৰিয়ান পৰাগৰ আজিৰ খেল।

এক অসাধাৰণ প্ৰতিভাৰ ভাণ্ডাৰ সুনিল নাৰায়েণ।জীৱনৰ সৰ্বোচ্চ ৰাণ সংগ্ৰহ কৰি আন এক ইতিহাস ৰচিলে নাৰায়েণে।
16/04/2024

এক অসাধাৰণ প্ৰতিভাৰ ভাণ্ডাৰ সুনিল নাৰায়েণ।
জীৱনৰ সৰ্বোচ্চ ৰাণ সংগ্ৰহ কৰি আন এক ইতিহাস ৰচিলে নাৰায়েণে।

নিজেৰ ৰেকর্ড নিজেই অতিক্ৰম কৰিলে চানইজার্স হায়দ্ৰাবাদে ❤️🔥আইপিএল ইতিহাসৰ সর্বাধিক স্ক'ৰ।কেৱল সেয়াই নহয় T20 ক্রিকেট ইতি...
15/04/2024

নিজেৰ ৰেকর্ড নিজেই অতিক্ৰম কৰিলে চানইজার্স হায়দ্ৰাবাদে ❤️🔥

আইপিএল ইতিহাসৰ সর্বাধিক স্ক'ৰ।
কেৱল সেয়াই নহয় T20 ক্রিকেট ইতিহাসৰ দ্বিতীয় সর্বাধিক স্ক'ৰ। 287/3 🔥

ট্রাভিস হেড - 102(41) 🔥
হেনৰিক ক্লাসেন - 67(31)
আব্দুল সামাদ - 37(10)* 🔥
এইডেন মার্কৰাম - 32(17)* 🔥
অভিষেক শর্মা - 34(22) 🔥
সঁচাকৈয়ে অসাধাৰণ এটা দল হাইদ্ৰাবাদ।

Happy Rangali Bihu 🎉      ❤️
14/04/2024

Happy Rangali Bihu 🎉



❤️

Address

Assam, Guwahati
Gauhati
781319

Telephone

+919101646007

Website

Alerts

Be the first to know and let us send you an email when Riyan Parag Fan's posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Riyan Parag Fan's:

Share

Category