Kung-Fu Sports Association of Assam

Kung-Fu Sports Association of Assam *KUNG-FU SPORTS ASSOCIATION OF ASSAM*
Govt Reg. No.- RS/KAM/(M)/263/RFS/202516828.
*ALL INDIA KUNG-FU FEDERATION

Black Belt Exam Contact- 098643 82912
26/08/2026

Black Belt Exam
Contact- 098643 82912

26/08/2026
Welcome to ParticipateAt Guwahati,Assam
19/08/2026

Welcome to Participate
At Guwahati,Assam

10/08/2026
**গভীৰ শোক প্ৰকাশ**অসম কুংফু ক্ৰীড়া সন্থাৰ  উপদেষ্টা তথা নলবাৰী ক্ৰীড়া সন্থাৰ প্ৰাক্তন সভাপতি আৰু সাধাৰণ সম্পাদক , অসম...
05/08/2026

**গভীৰ শোক প্ৰকাশ**

অসম কুংফু ক্ৰীড়া সন্থাৰ উপদেষ্টা তথা নলবাৰী ক্ৰীড়া সন্থাৰ প্ৰাক্তন সভাপতি আৰু সাধাৰণ সম্পাদক , অসম ক্ৰিকেট সন্থাৰ উপ-সভাপতি **আব্দুল গফ্ফাৰ উজ জামান ছাৰৰ** পৰলোক প্ৰাপ্তিৰ খবৰ পাই গভীৰভাৱে মৰ্মাহত হৈছোঁ।

তেখেত এগৰাকী নিষ্ঠাবান ক্ৰীড়া সংগঠক আৰু সমাজৰ বাবে অনুকৰণীয় ব্যক্তি আছিল। ক্ৰীড়া জগতলৈ তেখেতৰ অৱদান সদায় স্মৰণীয় হৈ থাকিব।

**অসম কুংফু ক্ৰীড়া সন্থাৰ** তৰফৰ পৰা তেখেতৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ আন্তৰিক সমবেদনা জ্ঞাপন কৰিলোঁ।

19/07/2026
Free Self Defence Training for one months       Contact: ⁨098643 82912⁩Give You District wise support
07/07/2026

Free Self Defence Training for one months

Contact: ⁨098643 82912⁩
Give You District wise support

আজি আমাৰ পৰম শ্ৰদ্ধাৰ গুৰুজনা, স্বৰ্গীয় চিফু ৰাজকুমাৰ ছাৰৰ দ্বিতীয় মৃত্যু বাৰ্ষিকী উপলক্ষে তেখেতলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ...
07/07/2026

আজি আমাৰ পৰম শ্ৰদ্ধাৰ গুৰুজনা, স্বৰ্গীয় চিফু ৰাজকুমাৰ ছাৰৰ দ্বিতীয় মৃত্যু বাৰ্ষিকী উপলক্ষে তেখেতলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ।
ছাৰে আমাক শিকোৱা আদৰ্শ, শৃংখলা আৰু প্ৰেৰণাই সদায় আমাৰ পথ প্ৰদৰ্শন কৰি থাকিব। ঈশ্বৰে তেখেতৰ বিদেহী আত্মাক চিৰশান্তি প্ৰদান কৰক। তেখেত য'তেই থাকক, শান্তিত থাকক আৰু আমাক সদায় আশীৰ্বাদ কৰি থাকক।
🙏🕯️

Address

Guwahati

Telephone

+919864382912

Website

Alerts

Be the first to know and let us send you an email when Kung-Fu Sports Association of Assam posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Kung-Fu Sports Association of Assam:

Shortcuts

Share