Goalpara District Sports Association

Goalpara District Sports Association An association for all kinds of sports..

U 19 inter district cricket tournament 2026 start today 25Aug
25/08/2026

U 19 inter district cricket tournament 2026 start today 25Aug

১৬ বছৰ অনুৰ্ধ আৰ জি বৰুৱা ল'ৰাৰ ক্ৰিকেট প্ৰতিযোগিতাৰ আজি ডি এন সিংহ ষ্টেডিয়ামত অনুষ্ঠিত চুড়ান্ত খেলত ACA President XI জয়...
22/08/2026

১৬ বছৰ অনুৰ্ধ আৰ জি বৰুৱা ল'ৰাৰ ক্ৰিকেট প্ৰতিযোগিতাৰ আজি ডি এন সিংহ ষ্টেডিয়ামত অনুষ্ঠিত চুড়ান্ত খেলত ACA President XI জয়ী হয়।

12/08/2026

J K baruah U -19 ( boys ) selection camp start tomorrow 2:00pm at d.n.singha stadium

📌 ভাৰতীয় জ্যেষ্ঠ পুৰুষ ক্ৰিকেট দলৰ ফিল্ডিং প্ৰশিক্ষক হিচাপে নিযুক্তি লাভ কৰে অসম সন্তান শুভদ্বীপ ঘোষক। গোৱালপাৰা জিলা ক্...
03/08/2026

📌 ভাৰতীয় জ্যেষ্ঠ পুৰুষ ক্ৰিকেট দলৰ ফিল্ডিং প্ৰশিক্ষক হিচাপে নিযুক্তি লাভ কৰে অসম সন্তান শুভদ্বীপ ঘোষক। গোৱালপাৰা জিলা ক্ৰীড়া সন্থাৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জনালোঁ। 
Subhadeep Ghosh

আজি ৰাতিপুৱা প্ৰায় ৭ মান বজাত গোৱালপাৰা চহৰৰ ছোলেচ হস্পিতালত চিকিংসাধীন অৱস্থাত গোৱালপাৰা জিলা ক্ৰীড়া সন্থাৰ উপ সভাপতি ...
22/07/2026

আজি ৰাতিপুৱা প্ৰায় ৭ মান বজাত গোৱালপাৰা চহৰৰ ছোলেচ হস্পিতালত চিকিংসাধীন অৱস্থাত গোৱালপাৰা জিলা ক্ৰীড়া সন্থাৰ উপ সভাপতি শ্ৰীযুত দেৱ কুমাৰ নাথৰ মাতৃ যমুনা নাথে পৰলোক প্ৰাপ্তি হয়।

মাতৃ গৰাকীৰ বিয়োগত ক্ৰীড়া সন্থাৰ পৰিয়াল বৰ্গৰ তৰফৰ পৰা গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়াল বৰ্গলৈ সমবেদনা জ্ঞাপন কৰিলোঁ।

অসম ক্ৰিকেট সন্থাৰ তত্বাবধানত বৰপেটা জিলা ক্ৰীড়া সন্থাৰ আতিথ্যত চলি থকা ১৫ বছৰ অনুৰ্ধৰ ছোৱালী ক্ৰিকেট প্ৰতিযোগিতা খনত অং...
09/07/2026

অসম ক্ৰিকেট সন্থাৰ তত্বাবধানত বৰপেটা জিলা ক্ৰীড়া সন্থাৰ আতিথ্যত চলি থকা ১৫ বছৰ অনুৰ্ধৰ ছোৱালী ক্ৰিকেট প্ৰতিযোগিতা খনত অংশ গ্ৰহণ কৰি আমাৰ জিলাৰ সুদক্ষ খেলুৱৈ মুৰ্ছনা বৰুৱাই শতক (১২৬ ৰান, ৯১ বল) অৰ্জন কৰাৰ বাবে জিলা ক্ৰীড়া সন্থাৰ পৰিয়ালৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ।

07/07/2026
U-19 boys & Girls summer cricket coaching start tomorrow D.N Singha stadium playground
06/07/2026

U-19 boys & Girls summer cricket coaching start tomorrow D.N Singha stadium playground

U 16 cricket selection camp start tomorrow
04/07/2026

U 16 cricket selection camp start tomorrow

Moina & himanshu das memorial inter club cricket tournament Final match umpire Pum da & Riku Ray scorer Imran Khan
28/06/2026

Moina & himanshu das memorial inter club cricket tournament Final match umpire Pum da & Riku Ray scorer Imran Khan

Address

Goalpara

Telephone

+919854542488

Website

Alerts

Be the first to know and let us send you an email when Goalpara District Sports Association posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Goalpara District Sports Association:

Shortcuts

Share