23/08/2026
🧹💜 গান্ধীবস্তি পৰিষ্কাৰ-পৰিচ্ছন্নতা অভিযান আৰু Purple City Mission 💜🧹
🧹💜 Gandhi Basti Cleanliness Abhiyan & Purple City Mission 💜🧹
An initiative by Natun Sarania Social Welfare Club to make Gandhi Basti cleaner, greener, healthier and more beautiful. 🌿✨
Natun Sarania Social Welfare Club-ৰ উদ্যোগত আমাৰ গান্ধীবস্তিক অধিক পৰিষ্কাৰ, সেউজীয়া আৰু সুন্দৰ কৰি তোলাৰ এক সৰু কিন্তু গুৰুত্বপূৰ্ণ প্ৰয়াস। 🌿✨
“পৰিষ্কাৰ পৰিৱেশ, সুস্থ সমাজ” — এই বাৰ্তাৰে আহক, আমি সকলোৱে মিলি নিজৰ অঞ্চলটো পৰিষ্কাৰ কৰি ৰাখোঁ। 🤝
💜 Purple City Mission — Clean Gandhi Basti, Beautiful Gandhi Basti!