31/05/2024
নিমন্ত্ৰণী পত্ৰ
সাদৰ সম্ভাষণ গ্ৰহণ কৰিব।
অহা ১/৬/২০২৪ তাৰিখ শনিবাৰৰ দিনা জনসাধাৰণৰ স্বাস্থ্য সুৰক্ষা হেতুকে দুলীয়াজান মৈত্ৰী নগৰ স্থিত সেনাপতি কমপ্লেক্স ৰ দ্বিতীয় মহলাত এটি শৰীৰ চৰ্চাৰ কেন্দ্ৰ মুকলি কৰা হৈছে। গতিকে উক্ত দিনা দুলীয়াজানৰ আৱাসিক লোকক সন্ধিয়া ছয় বজাত এক্ষন্তেক দেখা কৰিবৰ বাবে আমন্ত্ৰণ জনালোঁ। আপোনালোকৰ উপস্থিতিয়ে প্ৰতিষ্ঠান টিৰ বাবে সহযোগিতা আগবঢ়োৱাৰ লগতে সু-স্বাস্থ্য কামনা কৰা হ'ব।
বিনীত
পঙ্কজ সেনাপতি।
কাবেৰী সেনাপতি।
অঞ্জলি সেনাপতি।