e_rror_op

e_rror_op Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from e_rror_op, Sport & recreation, Dimapur.

Do what makes you happy,Not what others expect jut like Rakuda
28/10/2025

Do what makes you happy,
Not what others expect jut like Rakuda

যান্ত্ৰিকতাৰ পৃথিৱীৰ পৰা অলপ দূৰত,প্ৰকৃতিৰ ৰঙত ৰঙীন মোৰ জীৱনৰ উকা পৃষ্ঠা 🌹🍂
11/08/2025

যান্ত্ৰিকতাৰ পৃথিৱীৰ পৰা অলপ দূৰত,
প্ৰকৃতিৰ ৰঙত ৰঙীন মোৰ জীৱনৰ উকা পৃষ্ঠা 🌹🍂

🍂🍂
05/03/2025

🍂🍂

তুমি মাথোঁ মোৰ কাহিনীটোৰ উকা পৃষ্ঠা হোৱা  দায়িত্ব মোৰ তাত ৰংবোৰ সিঁচি যোৱা 🙂‍↕
25/02/2025

তুমি মাথোঁ মোৰ কাহিনীটোৰ উকা পৃষ্ঠা হোৱা
দায়িত্ব মোৰ তাত ৰংবোৰ সিঁচি যোৱা 🙂‍↕

৫৭৬ সংখ্যক বৰপথাৰ আঞ্চলিক শ্ৰী মন্ত শংকৰদেৱ জন্মোৎসৱৰ উদযাপনৰ অন্তিম দিনৰ  (তাং -১৪/১০/২০২৪)মহাপুৰুষীয়া নাট" সিন্ধু মুন...
16/10/2024

৫৭৬ সংখ্যক বৰপথাৰ আঞ্চলিক শ্ৰী মন্ত শংকৰদেৱ জন্মোৎসৱৰ উদযাপনৰ অন্তিম দিনৰ (তাং -১৪/১০/২০২৪)মহাপুৰুষীয়া নাট" সিন্ধু মুনিৰ পিতৃ ভক্তি দশৰথৰ স্বৰ্গ উদ্ধাৰ "
নাটৰ দল - দেওপানী যুৱ সংস্কৃতি গোষ্ঠী
চৰিত্ৰ- দিকপাল
স্থান - দেওপানী মিলনজ্যোতি নামঘৰ।

উভতনি বাটত যদি চকা মকা পোহৰে অগাভেটা দিয়ে তেনে কেনেকৈ কওঁ যে সোঁৱৰণি বোৰ মোৰ যন্ত্ৰণা🌻
18/07/2024

উভতনি বাটত যদি চকা মকা পোহৰে অগাভেটা দিয়ে তেনে কেনেকৈ কওঁ যে সোঁৱৰণি বোৰ মোৰ যন্ত্ৰণা🌻

নিস্তব্ধ নৈত ক্লান্ত যেন মোৰ উশাহসেউজৰ কি আভাৰণ........দিগন্তক অতিক্ৰম অফুৰন্ত যেন মোৰ আশা 🫠.                           ...
01/07/2024

নিস্তব্ধ নৈত ক্লান্ত যেন মোৰ উশাহ
সেউজৰ কি আভাৰণ........
দিগন্তক অতিক্ৰম অফুৰন্ত যেন মোৰ আশা 🫠. #অসম❤️

নিস্তব্ধ নৈত ক্লান্ত যেন মোৰ উশাহসেউজৰ কি আভাৰণ........দিগন্তক অতিক্ৰম অফুৰন্ত যেন মোৰ আশা 🫠.                           ...
30/06/2024

নিস্তব্ধ নৈত ক্লান্ত যেন মোৰ উশাহ
সেউজৰ কি আভাৰণ........
দিগন্তক অতিক্ৰম অফুৰন্ত যেন মোৰ আশা 🫠. #অসম❤️

বাস্তৱ বোৰ গধূৰ যদিও জীৱন টো মধুৰ🌸
13/02/2024

বাস্তৱ বোৰ গধূৰ যদিও জীৱন টো মধুৰ🌸

উভতি চোৱাৰ বাটত হেঁপাহৰ উজুতিতুমি কাষত নাই বাবেই নীৰৱ আজি প্ৰকৃতি।🙂
04/12/2023

উভতি চোৱাৰ বাটত হেঁপাহৰ উজুতি
তুমি কাষত নাই বাবেই নীৰৱ আজি প্ৰকৃতি।🙂

উভতি চোৱাৰ বাটত হেঁপাহৰ উজুতিতুমি কাষত নাই বাবেই নীৰৱ আজি প্ৰকৃতি। 🙂
04/12/2023

উভতি চোৱাৰ বাটত হেঁপাহৰ উজুতি
তুমি কাষত নাই বাবেই নীৰৱ আজি প্ৰকৃতি। 🙂

Address

Dimapur

Website

Alerts

Be the first to know and let us send you an email when e_rror_op posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share