Dibrugarh District Karate - Do Association

Dibrugarh District  Karate - Do Association Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Dibrugarh District Karate - Do Association, Sports, Chabua, Dibrugarh.

ডিব্ৰুগড় জিলা কাৰাটে সন্হাৰ উপ-সভাপতি  আৰু সফল ক্ৰীড়া সংগঠক,  প্ৰাক্তন প্ৰথম শ্ৰেণীৰ ফুটবল খেলপৰিচালক, ডিব্ৰুগড় জিলা ক্...
10/03/2023

ডিব্ৰুগড় জিলা কাৰাটে সন্হাৰ উপ-সভাপতি আৰু সফল ক্ৰীড়া সংগঠক, প্ৰাক্তন প্ৰথম শ্ৰেণীৰ ফুটবল খেলপৰিচালক, ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাৰ প্ৰাক্তন যুটীয়া সম্পাদক, দৈনিক জনমভূমি, দৈনিক অসম,অসমীয়া খবৰ,দৈনিক অগ্ৰদূত আৰু অসম আদিত্য কাকতৰ ডিব্ৰুগড়ৰ জ্যেষ্ঠ ক্ৰীড়া সাংবাদিক, অসম চৰকাৰৰ ক্ৰীড়া পেঞ্চনাৰ ৰূপে পৰিচিত আমাৰ সকলোৱে শ্ৰদ্ধাৰ শচীন্দ্ৰলাল ভূঞাৰ যোৱা কালি দিনৰ ১:৪০ বজাত উচ্চৰক্তচাপ জনিত ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন অৱস্থাত ডিব্ৰুগড়ৰৰ অসম চিকিৎসা মহাবিদ্যালয়ত দেহাৱসান ঘটে।। ২০২১ চনত অসম চৰকাৰৰপৰা ক্ৰীড়া পেঞ্চন লাভ কৰা শচীন্দ্ৰলাল ভূঞাই অসমৰ বিভিন্ন ক্ৰীড়াৰ ক্ষেত্ৰত সফলতাৰে সেৱা আগবঢ়াই আহিছিল। তেখেতৰ মৃত্যুত অসমৰ ক্ৰীড়াক্ষেত্ৰখনৰ বাবে অপূৰণীয় ক্ষতি ।

তেখেতৰ অকাল বিয়োগত ডিব্ৰুগড় জিলা কাৰাটে সন্থাই গভীৰ শোক প্ৰকাশ কৰাৰ লগতে বিদেহ আত্মাৰ সদ্গতিৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ । লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিলোঁ ।
ঔম শান্তি !!!!!🙏

28/06/2022
28/04/2022

Address

Chabua
Dibrugarh
786001

Telephone

9954594498

Website

Alerts

Be the first to know and let us send you an email when Dibrugarh District Karate - Do Association posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category