Bordoloni Gym & Fitness center

Bordoloni Gym & Fitness center Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Bordoloni Gym & Fitness center, Sport & recreation, Bordoloni chariali jatish dutta complex, Dhemaji.

"Going to the gym is great for your body,but it also great for your mind"They have already started. when will you start?...
22/01/2022

"Going to the gym is great for your body,but it also great for your mind"
They have already started. when will you start?

Join Bordoloni Gym & Fitness center now.

Bordoloni Gym & Fitness center  ৰ তৰফৰ পৰা সকলোলৈকে ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জনালোঁ।Come and join us..
13/01/2022

Bordoloni Gym & Fitness center ৰ তৰফৰ পৰা সকলোলৈকে ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জনালোঁ।
Come and join us..

23/12/2021
22/12/2021

নমস্কাৰ, সকলোকে Bordoloni Gym and Fitness centre ৰ তৰফৰ পৰা আগন্তুক ইংৰাজী নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জনাইছো। আপোনালোকক জনাবলৈ পাই সুখী হৈছো যে বিগত সময়চোৱাত লকডাউনৰ পৰিপ্ৰেক্ষিতত বন্ধ হৈ থকা আমাৰ শৰীৰ চৰ্চা প্ৰতিষ্ঠানটো নতুন তথা অত্যাধুনিক সা-সৰঞ্জামেৰে পুনৰ সজাই তোলা হৈছে আৰু ইয়াৰ শুভাৰম্ভ অহা ০১/০১/২০২২ তাৰিখে কৰা হ'ব ।

গতিকে শৰীৰ চৰ্চাৰ প্ৰতি আগ্ৰহী প্ৰাৰ্থীক নামভৰ্তি কৰি আমি আগবঢ়োৱা আকৰ্ষণীয় অফাৰ সমূহ গ্ৰহণ কৰিবলৈ অনুৰোধ জনোৱা হ'ল।

নামভৰ্তি প্ৰক্ৰিয়াৰ সবিশেষ তলত দিয়া হ'ল-

১/ প্ৰতিজন প্ৰাৰ্থীৰ নামভৰ্তি মাছুল ৭০০ টকা। আৰু মাহিলী মাছুল ৩০০ টকা মাত্ৰ।

২/ প্ৰাৰ্থী সকলে ৰাতিপুৱা, আবেলি আৰু গধূলি যিকোনো এটা চিফ্টত শৰীৰ চৰ্চা কৰিব পাৰিব।

৩/নতুন প্ৰাৰ্থী নামভৰ্তি কৰোৱাৰ বাবদ Referral bonus হিচাপে এক মাহৰ মাছুল বিনামূলীয়াকৈ লাভ কৰিব।

সবিশেষ তথ্যৰ বাবে আমাৰ ফেচবুক পেজৰ সৈতে জড়িত হ'বলৈ অনুৰোধ জনালোঁ।
ধন্যবাদ।

02/09/2020
New season addmission is going on with exciting offers. Come and join quickly.
02/09/2020

New season addmission is going on with exciting offers. Come and join quickly.

Gym T-shirt distribution
02/09/2020

Gym T-shirt distribution

Join bordoloni Gym and fitness centre for healthy body.
31/08/2020

Join bordoloni Gym and fitness centre for healthy body.

Address

Bordoloni Chariali Jatish Dutta Complex
Dhemaji
787026

Telephone

+917002069390

Website

Alerts

Be the first to know and let us send you an email when Bordoloni Gym & Fitness center posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share