Royal Star Club De Bokakhat

Royal Star Club De Bokakhat Bokakhat Royal Star Club is a newly promoted team. We support every sports! Established in 2013 -
#

24/05/2026

Start New Season...

01/04/2026

জুবিন দাৰ এতিয়া সন্মান নাই এইখন অসমত

2007 🏆 2024🏆 2026🏆Let the celebrations begin!   have become the first team to win two consecutive ICC Men's   editions! ...
08/03/2026

2007 🏆 2024🏆 2026🏆

Let the celebrations begin! have become the first team to win two consecutive ICC Men's editions! 🤩🇮🇳

Congratulations Team India


BOKAKHAT CRICKET LEAGUE 2026organized by BDSATournament Best BatsmanShashanka TiwariCongratulations🎉🥳
15/02/2026

BOKAKHAT CRICKET LEAGUE 2026
organized by BDSA

Tournament Best Batsman
Shashanka Tiwari

Congratulations🎉🥳

বোকাখাত ক্ৰিকেট লীগ ২০২৬ ত আমাৰ বোকাখাত ৰয়েল ষ্টাৰ স্পৰ্টচ ক্লাৱে বিজিত দলৰ ক্ষিতাপ লাভ কৰে । প্ৰতিযোগিতাখনত আমাৰ ক্লাব...
15/02/2026

বোকাখাত ক্ৰিকেট লীগ ২০২৬ ত আমাৰ বোকাখাত ৰয়েল ষ্টাৰ স্পৰ্টচ ক্লাৱে বিজিত দলৰ ক্ষিতাপ লাভ কৰে । প্ৰতিযোগিতাখনত আমাৰ ক্লাবৰ হৈ অংশগ্ৰহণ কৰা খেলুৱৈ সকল
১)পঞ্চানন গগৈ ( অধিনায়ক )
২) শশাঙ্ক তিৱৰী
৩) নয়ন জ্যোতি ডেকা
৪) দিগন্ত কুটুম
৫) দিগন্ত গগৈ
৬) চিন্ময় জ্যোতি শৰ্মা
৭) বিতু খনিকৰ
৮) দীপাংকৰ দোৱনিয়া
৯) বিষ্ণু কুটুম
১০) হৃটিক শৰ্মা
১১) শশী পেগু ( ১৯ বছৰ অনুৰ্ধ্ব )
১২) সঞ্জীৱ মোদী ( ১৯ বছৰ অনুৰ্ধ্ব )

অভিনন্দন সকলোকে ।।
জয়তু ৰয়েল ষ্টাৰ ক্লাৱ ।।





বোকাখাত জিলা ক্ৰিয়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ থকা বোকাখাত ক্ৰিকেট লীগ প্ৰতিযোগিতা খনৰ আজি অনুস্থিত ছেমি ফাইনেল খেলত আম...
14/02/2026

বোকাখাত জিলা ক্ৰিয়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ থকা বোকাখাত ক্ৰিকেট লীগ প্ৰতিযোগিতা খনৰ আজি অনুস্থিত ছেমি ফাইনেল খেলত আমাৰ বোকাখাত ৰয়েল ষ্টাৰ ক্লাবে জয়লাভ কৰি ফাইনেলত প্ৰৱেশ কৰিবলৈ সক্ষম হৈছে । আজিৰ খেল খনত নয়ন জ্যোতি ডেকায়ে ৩৭ তা বলত ৫৩ ৰানৰ (৬×৪ ২×৬ ) এটা সুন্দৰ ইনিংছৰ লগত দিগন্ত গগৈৰ ২৮ ৰান ,‌শশাঙ্কৰ ২০ ৰান কৰে । বলিংত ১৯ বছৰৰ অনুৰ্ধ্ব খেলুৱৈ সঞ্জীৱ মোদীৰ দুৰ্দান্ত বলিং ৪ অভাৰ ত ১৯ ৰান ৰ বিনিময়ত গুৰুত্বপূৰ্ণ ৩ তা উইকেট লাভ কৰে লগতে দীপাংকৰ ৪ অভাৰ ত ২৪ ৰান দি ২ তা গুৰুত্বপূৰ্ণ উইকেট লাভ কৰে ।
আজিৰ খেলৰ Man of the Match : নয়ন জ্যোতি ডেকা
অভিনন্দন সকলোকে।

জয়তু ৰয়েল ষ্টাৰ ক্লাব



যোৱা ৫ ফেব্ৰুৱাৰী পৰা বোকাখাত জিলা ক্ৰিয়া সন্থাৰ দ্বাৰা অনুষ্ঠিত হৈ থকা বোকাখাত ক্ৰিকেট লীগ নামৰ প্ৰতিযোগিতা খনৰ আজিৰ এ...
13/02/2026

যোৱা ৫ ফেব্ৰুৱাৰী পৰা বোকাখাত জিলা ক্ৰিয়া সন্থাৰ দ্বাৰা অনুষ্ঠিত হৈ থকা বোকাখাত ক্ৰিকেট লীগ নামৰ প্ৰতিযোগিতা খনৰ আজিৰ এখন খেলত আমাৰ ক্লাবৰ খেলুৱৈ শশাঙ্ক তিৱৰীয়ে এটা দুৰ্দান্ত আৰু সময় উপযোগী মাত্ৰ ৫৭ তা বলত ১১৫ ৰানৰ ( ১২ তা ৪ আৰু ৬ তা আকৰ্ষণীয় ছিক্সৰ) ইনিংছৰ প্ৰদৰ্শন দাঙি ধৰিবলৈ সক্ষম হয় ।তেওঁৰ এই ইনিংছ ৰ সহায়ত আমাৰ দলে ইনিংছৰ শেষৰ বলত জয়লাভ কৰিবলৈ সক্ষম হয় আৰু ছেমি ফাইনেলত প্ৰৱেশ কৰে ।
অভিনন্দন শশাঙ্ক ।।
জয়টু বোকাখাত ৰয়েল ষ্টাৰ স্পৰ্টছ ক্লাব ।

View Full Scorecard: https://chshare.link/scorecard/dsmfpL




05/02/2026

Nam kafi hey 😜😝🤣







05/02/2026

Satya 🔥







04/02/2026

Satya 🔥



Address

Bokakhat

Website

Alerts

Be the first to know and let us send you an email when Royal Star Club De Bokakhat posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

Category