Swahid Bir Birsa Munda Memorial State level Football Tournament, Bedeti

Swahid Bir Birsa Munda Memorial State level Football Tournament, Bedeti Swahid Bir Birsa Munda Memorial State level Football Tournament organised by Behali TE sports Association, Bedeti, Biswanath

⚽ ফুটবলৰ মহাৰণৰ বাবে সাজু হওক বিহালী! ⚽বিগত বৰ্ষৰ গৌৰৱময় ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখি পুনৰবাৰ আহি আছে...বিহালী চাহ বাগিছা ...
23/08/2026

⚽ ফুটবলৰ মহাৰণৰ বাবে সাজু হওক বিহালী! ⚽

বিগত বৰ্ষৰ গৌৰৱময় ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখি পুনৰবাৰ আহি আছে...

বিহালী চাহ বাগিছা ক্ৰীড়া সন্থাৰ উদ্যোগত
শ্বহীদ বীৰ বিৰছা মুণ্ডা সোঁৱৰণী পঞ্চম বাৰ্ষিক সদৌ অসম ভিত্তিত ফুটবল প্ৰতিযোগিতা - ২০২৬

বীৰ শ্বহীদৰ ত্যাগক সোঁৱৰি, ক্ৰীড়াৰ জৰিয়তে ঐক্য আৰু ভাতৃত্বৰ এনাজৰী ডাল আৰু অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে আমাৰ এই প্ৰয়াস।

📅 তাৰিখ: ৬ ছেপ্তেম্বৰৰ পৰা ১৩ ছেপ্তেম্বৰ, ২০২৬
📍 স্থান: বেদেতী চাহ বাগিছা খেলপথাৰ, বেদেতী, বিশ্বনাথ
⏰ সময়: বিয়লি ৩ বজাৰ পৰা

এইবাৰৰ ৰণাংগনত ভৰি থ'ব আগশাৰীৰ ৮ টা শক্তিশালী দলে:

🔥 পিএলএল একাডেমী, মণিপুৰ
🔥 মাহোৰ টাউন ক্লাৱ, ডিমা হাছাও
🔥 লেকাং স্পৰ্টছ ক্লাৱ, নামচাই
🔥 টিউলিপ একাডেমী, হাৰমতী
🔥 দামৰাপাৰা ফুটবল একাডেমী, শ্ৰীৰামপুৰ
🔥 তেজপুৰ টাউন ক্লাৱ, তেজপুৰ
🔥 কাজিৰঙা ফুটবল একাডেমী
🔥 বিহালী চাহ বাগিছা ফুটবল একাদশ, বিহালী

গতি, কৌশল আৰু গ'লৰ উত্তেজনাৰে ভৰা এই মহাৰণৰ সাক্ষী হ'বলৈ আপুনি সাজু নে?

সকলো ফুটবলপ্ৰেমী ৰাইজৰ উপস্থিতি আন্তৰিকতাৰে কামনা আমি কৰিলোঁ।

🙏
15/11/2022

🙏

09/09/2022
06/09/2022

Thank you DD Assam 💐🙏

সঁচাকৈ আজিহে মনলৈ আহিছে যে কি আছিল পাৰ হৈ যোৱা ১৫ টা দিন আমাৰ বাবে। কেইজন মান মানুহৰ অক্লান্ত কঠোৰ কষ্ট আৰু নিষ্ঠাৰে কৰা...
05/09/2022

সঁচাকৈ আজিহে মনলৈ আহিছে যে কি আছিল পাৰ হৈ যোৱা ১৫ টা দিন আমাৰ বাবে। কেইজন মান মানুহৰ অক্লান্ত কঠোৰ কষ্ট আৰু নিষ্ঠাৰে কৰা পৰিশ্ৰমৰ ফলস্বৰূপে বেদেতীৰ দৰে এখন সৰু ঠাইত এনে এক বৃহৎ অনুষ্ঠানৰ সফল সমাপ্তি ঘটিল। বিহালী চাহ বাগিচা ক্ৰীড়া সন্থাৰ হৈ স্থানীয় বিধায়ক মহোদয়, বিশ্বনাথ জিলা ফুটবল সন্থা, বিহালি চাহ বাগিছাৰ পৰিচালক মহোদয়, আৰক্ষী প্ৰশাসন, সংবাদ কৰ্মী, চিকিৎসা কৰ্মী, প্ৰতিজন পৃষ্ঠপোষক,দাতা, স্থানীয় প্ৰতিজন ক্ৰীড়াপ্ৰেমী ব্যক্তি,প্ৰতিজন দৰ্শকলৈ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।
অসমৰ আগশাৰীৰ ৮টা দলক লৈ খেল এখন অনুষ্ঠিত কৰা,থকা-খোৱা ব্যবস্থা কৰা সঁচাকৈ এক ব্যয়বহুল কাম। কিন্তু বিহালী চাহ বাগিছা ক্রীড়া সন্থাৰ প্ৰতিজন বিষয়ববীয়া, সদস্য/সদস্যা, স্বেচ্ছাসেৱকৰ কঠোৰ পৰিশ্ৰম আৰু নিষ্ঠাৰে কৰা কামৰ ফলস্বৰূপে আৰু ৰাইজৰ সহযোগিতাৰে এইয়া সম্ভব হৈ উঠিল।এনে এক বৃহৎ আয়োজন আৰু নতুন হিচাপে যদি কিছু ভুল ৰৈ গৈছে পিছৰ বছৰ নতুন উদ্যমৰ সৈতে আৰু অধিক সুন্দৰ ভাৱে খেলখনি অনুষ্ঠিত কৰিব পাৰিম বুলি আমি আশাবাদী।
ধন্যবাদ -

𝗚𝗥𝗔𝗡𝗗 𝗙𝗜𝗡𝗔𝗟𝗘 Shalbagan FC vs Goalpara FCSahid Bir Birsa Munda Memorial State level Football Tournament, Bedeti          ...
05/09/2022

𝗚𝗥𝗔𝗡𝗗 𝗙𝗜𝗡𝗔𝗟𝗘

Shalbagan FC vs Goalpara FC

Sahid Bir Birsa Munda Memorial State level Football Tournament, Bedeti


Please click on the link for Final Match Highlight

👇

Organised By : Behali TE Sports AssociationVenue : Bedeti Football Playground

05/09/2022
05/09/2022
04/09/2022

Today's Crowd 🔥 🙏

Grand Final 2022
Shalbagan FC vs Goalpara FC

Address

Bedeti
Biswanath Chariali
784179

Website

Alerts

Be the first to know and let us send you an email when Swahid Bir Birsa Munda Memorial State level Football Tournament, Bedeti posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category