Manas Panther Sports Club-Manas , Baksa

Manas Panther Sports Club-Manas , Baksa Welcome to the official page of Manas Panther Sports Club-Manas , Baksa
H.O+P.O- Manas , Bansbari .Baksa.BTR(Assam)
Cont No-8133848605, 96786 37625

আহিব 🙏
25/08/2026

আহিব 🙏

02/06/2026
03/05/2026
29/04/2026

বাক্‌সাৰ শালবাৰী,মানাহ,গাতি,আনন্দবজাৰ অঞ্চলত ছাত্ৰ সন্থাৰ কণ্টকময় সময়ত ছাত্ৰ সন্থাৰ পতাকাখন স-গৌৰৱেৰে উৰুৱাই ৰাখি পৰৱৰ্তী সময়ত সদৌ বাক্‌সা জিলা ছাত্ৰ সন্থাৰ সভাপতিৰ আসন অলংকৃত কৰি বৰ্তমান সময়ত বাক্‌সা জিলা ছাত্ৰ সন্থাক বলিষ্ঠ ভাৱে নেতৃত্ব প্ৰদান কৰি থকা আমাৰ সকলোৰে সন্মানৰ জুবিন দাস অকল গাতি বা মানাহবাসীৰ বাবে এটা নাম নহয়, এটা সত্বা ,জুবিন দাস আমাৰ অঞ্চলৰ হাজাৰ হাজাৰ ছাত্ৰ সন্থাৰ কৰ্মীৰ আৱেগ,বৃহত্তৰ উত্তৰ অঞ্চলৰ খিলঞ্জীয়া অসমীয়া ৰাইজৰ কণ্ঠস্বৰ,দাদাক বলিষ্ঠ ভাৱে নেতৃত্ব দিবলৈ নেদেখাজনে আৰু শক্তি দিয়ক ✊

26/04/2026

অসমবাসীলৈ শ্ৰদ্ধা, মৰম আৰু শুভকামনাৰে অসমীয়া নৱবৰ্ষ আৰু ৰঙালী বিহুৰ আন্তৰিক ওলগ জনাইছোঁ।

এই পৱিত্ৰ, আনন্দময় উৎসৱে আপোনালোকৰ জীৱনলৈ কঢ়িয়াই আনক নতুন আশা, নতুন প্ৰেৰণা, সুখ-সমৃদ্ধি আৰু শান্তিৰ বতৰা।

ৰঙালী বিহুৱে সমাজত ঐক্য, ভাতৃত্ববোধ, সম্প্ৰীতি আৰু সংস্কৃতিৰ বান্ধোন অধিক দৃঢ় কৰি তোলক,সকলো কুশলে থাকক ।
#আমিঅসমীয়া

এইটো বৰ্ষৰ প্ৰথম খেল। আহিব🙏 মানাহ পান্থাৰ বনাম অসম ৰাজ্যিক বিদ্যুৎ পৰিষদ ✍️
08/08/2025

এইটো বৰ্ষৰ প্ৰথম খেল। আহিব🙏
মানাহ পান্থাৰ বনাম অসম ৰাজ্যিক বিদ্যুৎ পৰিষদ ✍️

Manas Panther Sports Club-Manas , Baksa 🔥At Doomni Final Day
10/11/2024

Manas Panther Sports Club-Manas , Baksa 🔥
At Doomni Final Day

Address

Manas National Park-Bansbari , Baksa, Barpeta Road
Barpeta Road
781318

Website

Alerts

Be the first to know and let us send you an email when Manas Panther Sports Club-Manas , Baksa posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category